Class 11 Political Science Book Chapter 4 | অধ্যায় ৪ | সামাজিক ন্যায় | MCQs Short Question Answer |

Chapter 4

সামাজিক ন্যায়

১। সামাজিক ন্যায়ৰ  ইংৰাজী প্ৰতিশব্দ কি ?

(ক) Social

(খ) Justice

(গ) Social Justice

উত্তৰঃ (গ) Social Justice

২। “এক ন্যায়পূৰ্ণ সমাজ হ’ল সেইখন সমাজ , য’ত পৰস্পৰৰ প্ৰতি প্ৰবল  শ্ৰদ্ধাৰ ভাব থাকে  আৰু তাপমানৰ ভাব পৰিহাৰ কৰি এ ক সহানুভুতিশী়ল সমাজ গঢ়ি উঠে ।” _   এই কথাযাৰ কোনে  কৈছিল ?

(ক) মহাত্মা গান্ধী

(খ) বি আৰ আম্বেদকাৰ

(গ) ভূপেন হাজৰীকা

উত্তৰঃ (খ) বি আৰ আম্বেদকাৰ

৩। ইমাুৱেন কান্ট কোন দেশৰ নাগৰিক আছিল ?

(ক) জাৰ্মান

(খ) ভাৰত

(গ) গ্ৰীক

উত্তৰঃ (ক) জাৰ্মান

 ৪। “:সমানুপাতিক ন্যায়ৰ” ইংৰাজী প্ৰতিশব্দ কি ?  

(ক) Social

(খ) Social Justice

(গ) Proportionate Justice

উত্তৰঃ (গ) Proportionate Justice

৫। চাহ জনগোষ্ঠীৰ ন্যায়ৰ বাবে মাত মতা এজন বিশেষ ৰাজনীতিবিধৰ নাম হ’ল —

(ক) বি আৰ আম্বেদকাৰ

(খ) নেতাজী সুভাষ চন্দ্ৰ বসু

(গ) আনুৱাৰা টাইমূৰ

উত্তৰঃ (ক) বি আৰ আম্বেদকাৰ

৬। ভাৰতৰ  দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপ্ৰতিজনৰ নাম কি ?

(ক) দুপ্ৰদী মৰ্মু

(খ) প্ৰতিভা দেৱী সিং পাতিল

(গ) আনোৱাৰা টাইমূৰ

উত্তৰঃ (ক) দুপ্ৰদী মৰ্মু

৭। ন্যায়ৰ এটা  উদাহৰণ হল—-

(ক) দুখীয়া লোকক আগস্থান দিয়া

(খ) ধনী লোকক আগস্থান দিয়া

(গ) সমাজৰ প্ৰতিজনলোকক সমান ব্যৱহাৰ কৰা

উত্তৰঃ (গ) সমাজৰ প্ৰতিজনলোকক সমান ব্যৱহাৰ কৰা

৮।  সমতা আৰু ন্যায় একেইনে ?  

(ক) একেই

(খ) ইহঁতৰ মাজত পাৰ্থক্য আছে

উত্তৰঃ (খ) ইহঁতৰ মাজত পাৰ্থক্য আছে

৯। অসমৰ এজন বিখ্যাত ন্যায়ধীসৰ নাম  হল—-

(ক) ৰন্জিত গগৈ

(খ) তৰুণ গগৈ

(গ) কমনা নাৰায়ণ

উত্তৰঃ (ক) ৰন্জিত গগৈ

১০।  অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি বিবাদৰ নিস্পতি কোন জন ন্যাসধীশৰ তত্বাবধানত হৈছিল ?  

(ক) এম এন নাইডু

(খ) ৰন্জিত গগৈ

(গ) নীলম সন্জিবা ৰেড্ডি

উত্তৰঃ (খ) ৰন্জিত গগৈ