Class 4 Science Chapter 2 MCQ’s Jatiya Bidyalay | শিল, মাটি আৰু খনিজ পদাৰ্থ | AJB Class 4 Science Chapter 2 MCQ’s Assamese Medium | Class 4 Science Chapter 2 | MCQ’s Type Question Answer |

Chapter- 2

শিল, মাটি আৰু খনিজ পদাৰ্থ

১। শিল কেই প্ৰকাৰৰ ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰ- (ক) ৩ প্ৰকাৰৰ ।

২। শিলত কিমান মণিক থাকে ?

(ক) ৩ বিধ

(খ) ৪ বিধ

উত্তৰ- (গ) কেইবাবিধো ।

৩। মাটিৰ প্ৰধান উপাদান কেইটা ?

(ক) ৩ টা

(খ) ২ টা

(গ) ৫ টা

উত্তৰ- (খ) ২ টা ।

৪। সাৰ কেই প্ৰকাৰৰ ?

(ক) ৫ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

উত্তৰ- (গ) ২ প্ৰকাৰৰ ।

৫। অসমৰ মাটি কি ?

(ক) সাৰুৱা

(খ) বোকা

(গ) পলসুৱা

উত্তৰ- (ক) সাৰুৱা ।

৬। গ্ৰেনাইট এবিধ আগ্নেয় শিল হয় নে নহয় ?

(ক) নহয়

(খ) ওপৰৰ এটাও নহয়

(গ) হয়

উত্তৰ- (গ) হয় ।

৭। ইউৰিয়া এবিধ জৈৱিক সাৰ হয় নে নহয় ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নহয় ।

৮। মাৰ্বল এবিধ কি শিল ?

(ক) আগ্নেয় শিল

(খ) গেদীয় শিল

(গ) ৰূপান্তৰিত শিল

উত্তৰ- (গ) ৰূপান্তৰিত শিল ।

৯। সাৰে মাটিক কি কৰে ?

(ক) কোমল কৰে

(খ) ডাঠ কৰে

(গ) পাতল কৰে

উত্তৰ- (ক) কোমল কৰে ।

১০। ঋতু কেইটা ?

(ক) ৫ টা

(খ) ৬ টা

(গ) ৪ টা

উত্তৰ- (খ) ৬ টা ।

Type by- Bikul Mandal