Class 4 Science Chapter 3 MCQ’s Jatiya Bidyalay | বতৰ, বায়ু পানী | AJB Class 4 Science Chapter 3 MCQ’s Assamese Medium | Class 4 Science Chapter 3 | MCQ’s Type Question Answer |

Chapter- 3

বতৰ, বায়ু পানী

১। একেলেথাৰিয়ে বৰষুণ দি থাকিলে সেই বতৰটোক কি বুলি কয় ?

(ক) খৰাং বতৰ

(খ) ডাৱৰীয়া বতৰ

(গ) ফৰকাল বতৰ

উত্তৰ- (খ) ডাৱৰীয়া বতৰ ।

২। মানুহৰ কাম-কাজৰ ওপৰত কাৰ বহু প্ৰভাৱ পৰে ?

(ক) তলৰ এটাও নহয়

(খ) খাদ্যৰ

(গ) বতৰৰ

উত্তৰ- (গ) বতৰৰ ।

৩। পানীৰ পৰা অনবৰতে কি ওলাই ?

(ক) তাপ

(খ) ভাপ

(গ) বায়ু

উত্তৰ- (খ) ভাপ ।

৪। পৃথিৱীৰ মুঠ উপৰিভাগৰ কিমান ভাগ পানী ?

(ক) ৫০ ভাগ

(খ) ৬১ ভাগ

(গ) ৭১ ভাগ

উত্তৰ- (গ) ৭১ ভাগ ।

৫। পৃথিৱীৰ মুঠ কিমান ভাগ মাটি ?

(ক) ২৯ ভাগ

(খ) ২৫ ভাগ

(গ) ২৬ ভাগ

উত্তৰ- (ক) ২৯ ভাগ ।

৬। পৃথিৱীৰ মাটিভাগক কি বোলে ?

(ক) স্থলভাগ

(খ) জলভাগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) স্থলভাগ ।

৭। পৃথিৱীৰ পানীভাগক কি বোলে ?

(ক) তলৰ এটাও নহয়

(খ) জলভাগ

(গ) স্থলভাগ

উত্তৰ- (খ) জলভাগ ।

৮। জলবতাহ কেতিয়া বয় ?

(ক) ৰাতি বয়

(খ) দিনত বয়

(গ) সন্ধিয়া বয়

উত্তৰ- (খ) দিনত বয় ।

৯। স্থলবতাহ কেতিয়া বয় ?

(ক) দিনত বয়

(খ) সন্ধিয়া বয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১০। হেমন্ত ঋতুত কি হয় ?

(ক) গৰম বেছি হয়

(খ) ঠাণ্ডা বেছি হয়

(গ) বেছি গৰমো নহয়, ঠাণ্ডাও নহয়

উত্তৰ- (গ) বেছি গৰমো নহয়, ঠাণ্ডাও নহয় ।

Type by- Bikul Mandal