Class 4 Social Science Chapter 14 MCQ’s Sankardev School | স্থানীয় শাসন প্ৰণালী | Class 4 Social Science Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 14

স্থানীয় শাসন প্ৰণালী

১। জিলাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয়?

(ক) ৰাষ্ট্ৰপতি

(খ) উপায়ুক্ত

(গ) প্ৰধানমন্ত্ৰী

উত্তৰ- (খ) উপায়ুক্ত ।

২। মহকুমাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয়?

(ক) মহকুমাধিপতি

(খ) মুৰব্বী

(গ) পৰিষদ

উত্তৰ- (ক) মহকুমাধিপতি ।

৩। ভাৰতৰ ৰাজধানী কি?

(ক) ইটানগৰ

(খ) দিছপুৰ

(গ) দিল্লী

উত্তৰ- (গ) দিল্লী ।

৪। বৰ্তমান অসমৰ কেৱল কত পৌৰ নিগম আছে?

(ক) মৰিগাঁওতহে

(খ) নগাঁওতহে

(গ) গুৱাহাটীতহে

উত্তৰ- (গ) গুৱাহাটীতহে ।

৫। পৌৰ নিগমৰ সদস্য়সকলক কি বুলি কোৱা হয়?

(ক) কাউন্সিল

(খ) মহকুমাধিপতি

(গ) মেয়ৰ

উত্তৰ- (ক) কাউন্সিল ।

৬। পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয়?

(ক) কাউন্সিল

(খ) মেয়ৰ

(গ) ৱাৰ্ড

উত্তৰ- (খ) মেয়ৰ ।

৭। পৌৰ সভাৰ সৰু সৰু সমষ্টিবোৰক কি বুলি কোৱা হয়?

(ক) ৱাৰ্ড

(খ) কাউন্সিল

(গ) পৌৰপতি

উত্তৰ- (ক) ৱাৰ্ড ।

৮। এখন গাঁও পঞ্চায়তত কেইটা ৱাৰ্ড থাকে?

(ক) ৮ টা

(খ) ১০ টা

(গ) ১৫ টা

উত্তৰ- (খ) ১০ টা ।

৯। বৰ্তমান অসমত কেইখন গাঁও পঞ্চায়ত আছে?

(ক) ২১০২খন

(খ) ২২০২খন

(গ) ২৩০৫খন

উত্তৰ- (খ) ২২০২খন ।

১০। পৌৰ সভাৰ কাৰ্যকাল কেইবছৰ?

(ক) ৪বছৰ

(খ) ৫বছৰ

(গ) ৬বছৰ

উত্তৰ- (খ) ৫বছৰ ।

Type by- Bikul Mandal