Class 3 Assamese Chapter 10 MCQ’s Sankardev School | নোৱাঁৰো | Class 3 Assamese Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 10

নোৱাঁৰো

১। মোঃচোলেইমান খাঁ কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৬৭ চনত

(খ) ১৮৭০ চনত

(গ) ২০০৯ চনত

উত্তৰ- (খ) ১৮৭০ চনত।

২। তেঁও দেউতাকৰ নাম কি আছিল ?  

(ক) চাঁন্দ মহম্মদ খাঁ

(খ) বানীকান্ত কাকতি

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ- (ক) চাঁন্দ মহম্মদ খাঁ ।

৩। নোৱাঁৰো কবিতাটো কবি জনৰ নাম কি ?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) মোঃচোলেইমান খাঁ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) মোঃচোলেইমান খাঁ ।

৪। কদাপি শব্দ অৰ্থ কি ?

(ক) কেতিয়াও

(খ) মাত

(গ) এটাও নহয়

উত্তৰ- (ক) কেতিয়াও ।

৫। বচন শব্দ অৰ্থ কি ?

(ক) কথা

(খ) বাক্য

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

৬। এশবাৰে মানে কি ?

(ক) বহুবাৰে

(খ) একেবাৰে

(গ) এটাও নহয়

উত্তৰ- (ক) বহুবাৰে ।

৭। হেনজানি মানে কি ?

(ক) এতেকে

(খ) এইদেখি

(গ) দুয়োটায়ে হয়

উত্তৰ- (গ) দুয়োটায়ে হয় ।

Type by- Bikul Mandal