Class 3 Assamese Chapter 11 MCQ’s Sankardev School | আখৰ যোগ কঁৰো আঁহা | Class 3 Assamese Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 11

আখৰ যোগ কঁৰো আঁহা

১। শ + ব হ’ লে কি হব ?

(ক) শ্ব

(খ) শ্ম

(গ) শ্ৰ

উত্তৰ- (ক) শ্ব ।

২। শ + চ  হ’ লে কি হব ?

(ক) শ্ম

(খ) শ্চ

(গ) শ্ত

উত্তৰ- (খ) শ্চ ।

৩। ষ + ক  হ’ লে কি হব ?

(ক) ষ্ব

(খ) ষ্ৰ

(গ) ষ্ক

উত্তৰ- (গ) ষ্ক ।

৪। স + ক  হ’ লে কি হব ?

(ক) স্ক

(খ) স্ৰ

(গ) স্ম

উত্তৰ- (ক) স্ক ।

৫। স +  থ হ’ লে কি হব ? থ

(ক) স্ত

(খ) স্থ

(গ) স্ন

উত্তৰ- (খ) স্থ ।

৬। স +  ফ  হ’ লে কি হব ?

(ক) স্ফ

(খ) স্খ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) স্ফ ।

৭। ক্ষ + ণ  হ’ লে কি হব ?

(ক) এটাও নহয়

(খ) ক্ষ্ণ

(গ) ক্ষ্ৰ

উত্তৰ- (খ) ক্ষ্ণ ।

৮। স+ক+ঋ  হ’ লে কি হব ?

(ক) তলৰ এটাও নহয়

(খ) স্কৃ

(গ) ষ্কৃ

উত্তৰ- (খ) স্কৃ ।

৯। স +ত+ৰ   হ’ লে কি হব ?

(ক) স্ত্ৰ

(খ) স্ত

(গ) স্থ

উত্তৰ- (ক) স্ত্ৰ ।

১০। প+ ৰ   হ’ লে কি হব ?

(ক) প্ত

(খ) প্ৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) প্ত ।

Type by- Bikul Mandal