Class 3 Assamese Chapter 12 MCQ’s Sankardev School | অসমীয়া অভিধান | Class 3 Assamese Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 12

অসমীয়া অভিধান

১। ইংৰাজ সকল অসমলৈ অহাৰ আগতে অসমীয়া অভিধান আৰু ব্যাকৰণৰ প্ৰচলন আছিল নে নাছিল ?

(ক) আছিল

(খ) নাছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) নাছিল ।

২। কিমান চনত অসমীয়া ৰচনা অভিধান কৰিছিল ?

(ক) ১৮৩৯ চনত

(খ) ২০০৭ চনত

(গ) ২১৩৫ চনত

উত্তৰ-(ক) ১৮৩৯ চনত ।

৩। অসমীয়া ৰচনা কোনে ৰচনা কৰিছিল ?

(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ

(খ) যদুৰাম ডেকা বৰুৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) যদুৰাম ডেকা বৰুৱা ।

৪। অসমীয়া আৰু ইংৰাজী অভিধান নামৰ অভিধানখন কিমান চনত প্ৰকাশিত হৈছিল ?

(ক) ১২৩৪ চনত

(খ) ১৬৬৭ চনত

(গ) ১৮৬৭ চনত

উত্তৰ- (গ) ১৮৬৭ চনত ।

৫। অসমীয়া আৰু ইংৰাজী অভিধানখন কোনে লিখিছিল ?

(ক) ডঃ মাইলছ্ ব্ৰন্ছনে

(খ) ৰামনাথ কোৱিন্দ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ডঃ মাইলছ্ ব্ৰন্ছনে ।

৬। হেমচন্দ্ৰ বৰুৱাই লিখা অসমীয়া অভিধানখনৰ নাম কি ?

(ক) অসমীয়া ব্যাকৰণ জ্যোতি

(খ) হেমকোষ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) হেমকোষ ।

৭। হেমচন্দ্ৰ মৃত্যুৰ পাছত কিমান চনত অভিধানখন ছপা হৈছিল ?

(ক) ১৬৭৭ চনত

(খ) ১৯০০ চনত

(গ) ১৮৯০ চনত

উত্তৰ- (খ) ১৯০০ চনত ।

৮। চন্দ্ৰকান্ত অভিধানখন কিমান চনত প্ৰকাশ পায় ?

(ক) ১৯৩৩ চনত

(খ) ২০০৯ চনত

(গ) ১৬৭৮ চনত

উত্তৰ- (ক) ১৯৩৩ চনত ।

৯। গিৰিধৰ শৰ্মাৰ অভিধানখন কিমান চনত অভিধান ছপা হৈছিল ?

(ক) ১২৩৪ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৭৬ চনত

উত্তৰ- (খ) ১৯৫২ চনত ।

১০। মাতৃ শব্দ অৰ্থ লিখা ?

(ক) মা

(খ) আই

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

Type by- Bikul Mandal