Class 3 Assamese Chapter 13 MCQ’s Sankardev School | সঁচা  সেৱাৰ ফল  | Class 3 Assamese Chapter 13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 13

সঁচা  সেৱাৰ ফল 

১। তাঁতীজনৰ নাম কি ?

(ক) নিবিৰ

(খ) নীৰু

(গ) বিষ্ণু

উত্তৰ- (খ) নীৰু ।

২। তেঁওৰ পত্নীজনৰ নাম কি ?

(ক) নীমা

(খ) নিচা

(গ) বিটিছা

উত্তৰ- (ক) নীমা ।

৩। তেঁওলোকে কি ব্যৱসায় কৰিছিল ?

(ক) কোপোৰ

(খ) দোকান

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) কোপোৰ ।

৪। ল’ৰাজন কেনেকুৱা স্বভাৱৰ আছিল ?

(ক) বেয়া স্বভাৱৰ আছিল

(খ) ভাল স্বভাৱৰ আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ভাল স্বভাৱৰ আছিল ।

৫। ল’ৰাজন নাম কি আছিল ?

(ক) ৰিচি

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) কিশোৰ

উত্তৰ- (খ) ইয়াৰ পৰা এটাও নহয় ।

৬। ল’ৰাজনে কাপোৰখিনি কি কৰিলে ?

(ক) বেছিলে

(খ) দুখীয়া-ভিক্ষাৰীসকলক দিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) দুখীয়া-ভিক্ষাৰীসকলক দিলে ।

Type by- Bikul Mandal