Class 3 Assamese Chapter 15 MCQ’s Sankardev School | অসমৰ দুগৰাকী সাহসী নাৰী | Class 3 Assamese Chapter 15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 15

অসমৰ দুগৰাকী সাহসী নাৰী

১। ভাৰত স্বাধীন কিমান চনত হৈছিল ?

(ক) ১৭৯৮ চনত১৯৪৭চনত

(খ) ১৯৪৭চনত

(গ) ১৮৩২ চনত

উত্তৰ- (খ) ১৯৪৭চনত ।

২। কনকলতা ক’ত জন্ম হৈছিল ?

(ক) গহপুুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত

(খ) দিছপুৰত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) গহপুুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত ।

৩। কনকলতা কিমান চনত জন্ম হৈছিল ?

(ক) ১৭৮৯ চনত

(খ) ১৪৫৬ চনত

(গ) ১৯২৮ চনত

উত্তৰ- (গ) ১৯২৮ চনত ।

৪। কনকলতা মাতৃৰ নাম কি ?

(ক) কনকেশ্বৰী বৰুৱা

(খ) পুতুলীবাই

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) কনকেশ্বৰী বৰুৱা ।

৫। তেঁওৰ পিতৃৰ নাম কি ?

(ক) তলৰ এটাও নহয়

(খ) কৃষ্ণকান্ত বৰুৱা

(গ) ৰবীন্দ্ৰ নাথ ঠাকুৰ

উত্তৰ- (খ) কৃষ্ণকান্ত বৰুৱা ।

৬। নগাঁও জিলাত হোৱা আন্দোলনৰ মহিলা অধিনায়িকা কোন আছিল ?

(ক) দৌপদী মনমোৰ

(খ) ভোগেশ্বৰা ফুকননী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ভোগেশ্বৰা ফুকননী ।

৭। তেঁওৰ পিতৃৰ নাম কি ?

(ক) আত্মৰাম বুঢ়াগোঁহাই

(খ) হেমচন্দ্ৰ বৰুৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) আত্মৰাম বুঢ়াগোঁহাই ।

৮। তেঁওৰ মাতৃৰ নাম কি ?

(ক) নীলেশ্বৰী বুঢ়াগোঁহাই

(খ) নলিনী বালা দেৱী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) নীলেশ্বৰী বুঢ়াগোঁহাই ।

৯। ভোগেশ্বৰী ফুকননী কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৮৫ চনত

(খ) ১৮৯০ চনত

(গ) ১৫৭৯ চনত

উত্তৰ- (ক) ১৮৮৫ চনত ।

১০। তেঁওৰ মৃত্যু কিমান চনত হৈছিল ?

(ক) ১৯৪২ চনত

(খ) ১৮৯০ চনত

(গ) ১৪৫৬ চনত

উত্তৰ- (ক) ১৯৪২ চনত ।

Type by- Bikul Mandal