Class 3 Assamese Chapter 14 MCQ’s Sankardev School | দুই বন্ধু আৰু ভালুক | Class 3 Assamese Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 14

দুই বন্ধু আৰু ভালুক

১। দুই বন্ধু ক’লৈ গৈ আছিল ?

(ক) হাবিলৈ গৈ আছিল

(খ) আমেৰিকা গৈ আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) হাবিলৈ গৈ আছিল ।

২। ভালুকটো দেখি এজনে গছৰ ওপৰত উঠিল আৰু আনজনে কি কৰিলে ?

(ক) আনজনে দৌৰিলে

(খ) মৰা ভাও জোৰিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) মৰা ভাও জোৰিলে ।

৩। ভালুকে গছত উঠিব পাৰে নে নোৱাৰে ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) এটাও নহয়

উত্তৰ- (ক) নোৱাৰে ।

৪। ভালুকটোৱে মৰাশ খায় নে ?

(ক) খায়

(খ) নাখাই

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) নাখাই ।

৫। হাবিখনলৈ যাওতে দুইও জন বন্ধুৱে কি দেখা পালে ?

(ক) সিংহ

(খ) বাঘ

(গ) ভালুক

উত্তৰ- (গ) ভালুক ।

Type by- Bikul Mandal