Class 3 Assamese Chapter 19 MCQ’s Sankardev School | তেজপুৰ  | Class 3 Assamese Chapter 19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 19

তেজপুৰ 

১। বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) উৰ্ষা

(গ) চিত্ৰলেখা

উত্তৰ- (খ) উৰ্ষা ।

২। উৰ্ষা সখীয়েক কোন আছিল ?

(ক) চিত্ৰলেখা

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) প্ৰিয়া

উত্তৰ- (ক) চিত্ৰলেখা ।

৩। তেজপুৰৰ প্ৰাচীন নাম কি ?

(ক) প্ৰাগজ্যোতিপুৰ

(খ) শোণিতপুৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) শোণিতপুৰ ।

৪। অনিৰুদ্ধে কাক বিয়া পাতিলে ?

(ক) চিত্ৰলেখা

(খ) উৰ্ষাক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) উৰ্ষাক ।

৫। প্ৰিয়া আৰু প্ৰীতম কাৰ লগত তেজপুৰলৈ গৈছিল ?

(ক) মাক-দেউতাক আৰু ককা হতৰ লগত

(খ) বন্ধু-বান্ধৱীৰ লগত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) মাক-দেউতাক আৰু ককা হতৰ লগত ।

৬। ফুল ৰোৱা ঠাইক কি বুলি কৈ ?

(ক) ফুলনি

(খ) বাগিচা

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

৭। অসমৰ মানসিক চিকিসালয় ক’ত আছে ?

(ক) তেজপুৰত

(খ) শোণিতপুৰত

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

Type by- Bikul Mandal