Class 3 Assamese Chapter 20 MCQ’s Sankardev School | দোঁ খাই থকা গছ | Class 3 Assamese Chapter 20 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 20

দোঁ খাই থকা গছ 

১। অসহায় শব্দ অৰ্থ কি ?

(ক) সহায় নথকা

(খ) সহায় থকা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) সহায় নথকা ।

২। দেশপ্ৰেমিক শব্দ অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) যি নিজৰ দেশক ভাল পায়

(গ) যি নিজৰ দেশক ভাল নাপায়

উত্তৰ- (খ) যি নিজৰ দেশক ভাল পায় ।

৩। বুঢ়ীজনে কিহৰ সহায় বিচাৰিছিল ?

(ক) ৰাস্তাটোৰ পাৰ কৰি দিবলৈ সহায় বিচাৰিছিল

(খ) পইচা সহায়ৰ বিচাৰিছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ৰাস্তাটোৰ পাৰ কৰি দিবলৈ সহায় বিচাৰিছিল ।

৪। ন্যায়ধীশ শব্দ অৰ্থ কি ?

(ক) বিচাৰপতি

(খ) কুশল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বিচাৰপতি ।

৫। বুঢ়ীজনীৰ চকুপানী কিয় ওলাইছিল ?

(ক) সহায় নকৰা বাবে

(খ) মা বুলি মাতা দেখি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) মা বুলি মাতা দেখি ।

৬।  কল্যাণ শব্দ অৰ্থ কি ?

(ক) কুশল

(খ) মঙ্গল

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (খ) মা বুলি মাতা দেখি ।

Type by- Bikul Mandal