Class 3 Science Chapter 8 MCQ’s Assam Jatiya Bidyalaya | আমাৰ পৃথিৱীখন | AJB Class 3 Science Chapter 8 | MCQ’s Assamese Medium | Class 3 Science Chapter 8 | MCQ’s Type Question Answer |

Chapter-8

আমাৰ পৃথিৱীখন

1/ সূৰ্য্যৰ চাৰিওফালে কি ঘূৰি থাকে ?

(ক) নেপচুন

(খ) পৃথিৱীৰ

(গ) ইউমাছ

উত্তৰঃ (খ) পৃথিৱীৰ।

2/ সৌৰজগতৰ গ্ৰহ কেইটা ?

(ক) ৭টা

(খ) ৮টা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৮টা।

3/ পানী আৰু মাটি পৰিমান কিমান ?

(ক) ৭২পানী আৰু ২৮ মাটি

(খ) ৭১পানী আৰু ২৯মাটি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৭১পানী আৰু ২৯মাটি।

4/ পৃথিৱীৰ খন ডাঙৰ নে সৰু ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

5/ পৃথিৱীখন কেই ধৰণে ঘুৰে লিখা ?

(ক) ৩ ধৰণে

(খ) ২ ধৰণে

(গ) ইয়াৰ ভিচতৰত এটাও নহয়

উত্তৰঃ (খ) ২ ধৰণে।

6/ সূৰ্য্যৰ চাৰিওফালে এপাক মাৰিবলৈ পৃথিৱীক কিমান দিনৰ সময় লয় ?

(ক) ৩৬৩ দিন

(খ) ৩৬৫ দিন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৩৬৫ দিন।

7/ গতিকে সদায় একে ঠাইতে দিন বা ৰাতি নহয় ? 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

8/ সেইবাবে এখন ঠাইত দিন আৰু ৰাতি দুয়োটা হয় ? 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

9/ সৌৰজগত মানে কি ?

(ক) পৃথিৱীৰ

(খ) সূৰ্য্য

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) সূৰ্য্য।

10/ পৃথিৱীৰ উপৰিভাগত মাটি আৰু পানী আছে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

Type By- Subhas Nath