Class 3 Assamese Chapter 22 MCQ’s Sankardev School | বিবেক আৰু তাৰ পাঁচ মিনিট | Class 3 Assamese Chapter 22 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 22

বিবেক আৰু তাৰ পাঁচ মিনিট

১। বিবেকৰ বয়স কিমান ?

(খ) ১২ বছৰ

(খ) ১০ বছৰ

(গ) ২৩ বছৰ

উত্তৰ- (খ) ১০ বছৰ ।

২। চুকাফা দিৱস কেই তাৰিখে পালন কৰা হয় ?

(ক) ২ ডিচেম্বৰ তাৰিখে

(খ) ১৪ নৱেম্বৰ তাৰিখে

(গ) ৫ চেপ্তেম্বৰ তাৰিখে

উত্তৰ- (ক) ২ ডিচেম্বৰ তাৰিখে ।

৩। দেৰি শব্দ অৰ্থ কি ?

(ক) পলম

(খ) সোনকালে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) পলম ।

৪। বিবেক শিৱসাগৰত যাৱ পালে নে ?

(ক) পালে

(খ) নাপালে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) নাপালে ।

৫। ২ ডিচেম্বৰৰ দিনা বিদ্যালয় কিয় বন্ধ আছিল ?

(ক) চুকাফা দিৱস উপলক্ষে

(খ) শংকৰদেৱৰ তিথি উপলক্ষে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) চুকাফা দিৱস উপলক্ষে ।

৬। বিবেকে তাৰ ডায়েৰীত কি লিখা হয় আছে ?

(ক) ৰংঘৰ

(খ) কাৰেংঘৰ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

Type by- Bikul Mandal