Class 3 Assamese Chapter 23 MCQ’s Sankardev School | অসমৰ ধাতু শিল্প আৰু পাট | Class 3 Assamese Chapter 23 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 23

 অসমৰ ধাতু শিল্প আৰু পাট

১। ৰুণজুন  আৰু কানুমনৰ এইকেইদিন গাত ততেই নাই  কিয় ?

(ক) বৰদেউতাক ঘৰলৈ অহাৰ বাবে

(খ) ফুৰিবলৈ যাব বাবে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বৰদেউতাক ঘৰলৈ অহাৰ বাবে ।

২। বৰদেউতাকৰ ল’ৰাজনৰ নাম কি ?

(ক) পিংকু

(খ) ৰহিম

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) পিংকু ।

৩। অসমৰ প্ৰাচীন শিল্পৰ নাম কি ?

(ক) মাটিৰ শিল্প

(খ) সোণৰ শিল্প

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) সোণৰ শিল্প ।

৪। চাপি কুঁচি শব্দৰ অৰ্থ কি  ?

(ক) ওচৰ চাপি অহা

(খ) অলপ তাপ লগা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ওচৰ চাপি অহা ।

৫। লো  তাম এইবোৰক কি বুলি কৈয় ?

(ক) ধাতু বুলি কৈয়

(খ) তাম বুলি কৈয়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ধাতু বুলি কৈয় ।

৬। কমাৰ বুলিলে কি বুজা ?

(ক) লোৰ সঁজুলি তৈয়াৰ কৰা মানুহক কমাৰ বুলি কোৱা হয় ।

(খ) লোৰ সঁজুলি তৈয়াৰ নকৰা মানুহক কমাৰ বুলি কোৱা হয় ।

(গ) এটাও নহয়

উত্তৰ- (ক) লোৰ সঁজুলি তৈয়াৰ কৰা মানুহক কমাৰ বুলি কোৱা হয় ।

৭। কাঁহৰ পৰা কি কি সঁজুলি তৈয়াৰ কৰিব পৰা যায় ?

(ক) কটাৰি,কুঠাৰ, কোৰ

(খ) কাঁহী , বাটী, লোটা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) কাঁহী , বাটী, লোটা ।

৮। কি শিল্প বাবে বৰপেটা অঞ্চল বিখ্যাত ?

(ক) হাতী দাঁতৰ শিল্পৰ বাবে

(খ) তামৰ শিল্প

(গ) ওপৰৰ পৰা এটাও নহয়

উত্তৰ- (ক) হাতী দাঁতৰ শিল্পৰ বাবে ।

৯। উগুল-থুগুল শব্দ অৰ্থ কি ?

(ক) মনৰ অস্থিৰতা,

(খ) দ্বিধাবোধ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

১০। উম লগা শব্দ অৰ্থ কি ?

(ক) অলপ তাপ লগা

(খ) তাপ নলগা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) অলপ তাপ লগা ।

Type by- Bikul Mandal