Class 3 Assamese Chapter 24 MCQ’s Sankardev School | লোভৰ পৰিণতি | Class 3 Assamese Chapter 24 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 24

লোভৰ পৰিণতি

১। ৰাজু আৰু ৰুমুৰ কি আছিল ?

(ক) মেকুৰী পোৱালি

(খ) শহাপহু

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) মেকুৰী পোৱালি ।

২। মেকুৰীটোৰ নাম কি ?

(ক) মিকি

(খ) জিক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) মিকি ।

৩। মিকিয়ে  কি খাই ভাল পায় ?

(ক) মাংস

(খ) গাখীৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) গাখীৰ ।

৪। মিকিৰ মূৰটো ঘটিটোৰ পৰা উলিয়াব পাৰিলেনে ?

(ক) পাৰিলে

(খ) নোৱাৰিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) পাৰিলে ।

৫। ৰাজু মাকে মিকিক কি খাবলৈ দিছিল ?

(ক) গাখীৰ

(খ) জলপান

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) গাখীৰ ।

৬। মিকিৰ মূৰটো পৰা ঘটিটো কোনে উলিয়াই দিলে ?

(ক) ৰাজু

(খ) ৰাজুৰ মাক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ৰাজুৰ মাক ।

Type by- Bikul Mandal