Class 3 Assamese Chapter 3 MCQ’s Sankardev School | কম্পিউটাৰ | Class 3 Assamese Chapter 3 | MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 3

কম্পিউটাৰ

১। তোমালোকে কম্পিউটাৰ দেখিছা নে?

(ক) দেখিছা

(খ) নাই দেখা

(গ) নাজানো

উত্তৰ- (ক) দেখিছা , (খ) নাই দেখা , (গ) নাজানো ।

২। ই কিহৰ দৰে এটা ইলেক্ট্ৰ’নিক যন্ত্ৰ?

(ক) গাড়ীৰ

(খ) টেলিভিছন

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) টেলিভিছন ।

৩। কি ইমান শক্তিশালী যন্ত্ৰ যে চকুৰ পলকতে অতি কঠিন কাম কৰি ফলাফল উলিযাই দেখুৱাব পাৰে?

(ক) গাড়ী

(খ) টেলিভিছন

(গ) কম্পিউটাৰ

উত্তৰ- (গ) কম্পিউটাৰ ।

৪। কিমান চনত ফৰাছীৰ ব্ললেইজ পাছকেলে গণনা কৰিব পৰা এটা যন্ত্ৰ আৱিষ্কাৰ কৰে?

(ক) ১৬৪৭ চনত

(খ) ১৬৬৩ চনত

(গ) ১৬৭৫ চনত

উত্তৰ- (ক) ১৬৪৭ চনত ।

৫। কিমান চনত ইংলেণ্ডৰ চাৰ্লচ পি. বেবেজ নামৰ এজন গণিতজ্ঞই এটা আধুনিক কম্পিউটাৰৰ আৱিষ্কাৰ কৰে?

(ক) ১৮৭৫ চনত

(খ) ১৮২৭ চনত

(গ) ১৮০২ চনত

উত্তৰ- (খ) ১৮২৭ চনত ।

৬। ছাত্ৰ-ছাত্ৰীৰ বাবে কিহৰ জ্ঞান অপৰিহাৰ্য?

(ক) কিতাপৰ জ্ঞান

(খ) কম্পিউটাৰ জ্ঞান

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) কম্পিউটাৰ জ্ঞান ।

৭। শ্ৰেণীত শিক্ষক নাথাকিলে কোনে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দিব পাৰিব?

(ক) টেলিভিছনে

(খ) কম্পিউটাৰে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) কম্পিউটাৰে ।

৮। কি বিজ্ঞানত কম্পিউটাৰৰ ব্য়ৱহাৰ কৰা হয়?

(ক) মহাকাশ বিজ্ঞানত

(খ) পদাৰ্থ বিজ্ঞানত

(গ) গণিত বিজ্ঞানত

উত্তৰ- (ক) মহাকাশ বিজ্ঞানত ।

৯। এবাকাছে কি বুজাবলৈ ৰঙাণ মণি থকা এখন পলি?

(ক) ১,২,৩

(খ) ৪,৫,৬

(গ) ৭,৮,৯

উত্তৰ- (ক) ১,২,৩ ।

১০। কম্পিউটাৰ আৱিষ্কাৰৰ ফলত মানুহৰ কি কি পৰিশ্ৰম কমি গৈছে?

(ক) মানসিক

(খ) শাৰীৰিক

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (ক) মানসিক , (খ) শাৰীৰিক ।

Type by- Bikul Mandal