Class 3 Assamese Chapter 4 MCQ’s Sankardev School | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | Class 3 Assamese Chapter 4 | MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 4

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

১। ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত হয়?

(ক) ১৯০৫ চনত

(খ) ১৯০৪ চনত

(গ) ১৯০৩ চনত

উত্তৰ- (গ) ১৯০৩ চনত ।

২। ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান তাৰিখে হৈছিল?

(ক) ১৩ জুন

(খ) ১৫ জুন

(গ) ১৭ জুন

উত্তৰ- (গ) ১৭ জুন ।

৩। চোৱা লচিতা কৰাৰ পিছত নাম কি বুলি ৰখা হ’ল?

(ক) পৰমানন্দ

(খ) কিৰণনময়ী

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৪। জন্মৰ অলপ  দিনৰ পাছত ককা-দেউতাকে তেওঁক কি জিলাত থকা স্থায়ী ঘৰলৈ লৈ গৈছিল?

(ক) নগাঁও

(খ) তেজপুৰ

(গ) ডিব্ৰুগড়

উত্তৰ- (খ) তেজপুৰ ।

৫। কি অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই?

(ক) নগাঁও

(খ) তেজপুৰ

(গ) ডিবিৰুগড়

উত্তৰ- (খ) তেজপুৰ ।

৬। ক’ত জ্য়োতিপ্ৰসাদ দাঙৰ-দীঘল হৈছিল?

(ক) নগাওঁ

(খ) তেজপুৰ

(গ) ডিব্ৰুগড়

উত্তৰ- (খ) তেজপুৰ ।

৭। জ্য়োতিপ্ৰসাদৰ মাক-দেউতাক কি প্ৰেমী আছিল?

(ক) দেশপ্ৰেমী

(খ) সংগীতপ্ৰেমী

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) সংগীতপ্ৰেমী ।

৮। জ্য়োতিপ্ৰসাদক কিমান চনত তেজপুৰৰ হাইস্কুলত নাম লগাইছিল?

(ক) ১৯১২ চনত

(খ) ১৯১৫ চনত

(গ) ১৯১৯ চনত

উত্তৰ- (গ) ১৯১৯ চনত ।

৯। কিমান চনত জ্য়োতিপ্ৰসাদে উচ্চ  শিক্ষাৰ বাবে ইংলেণ্ডলৈ গৈছিল?

(ক) ১৯২১ চনত

(খ) ১৯২৬ চনত

(গ) ১৯২৯ চনত

উত্তৰ- (খ) ১৯২৬ চনত ।

১০। কিমান চনত জ্য়োতিপ্ৰসাদৰ মূত্য়ু হয়?

(ক) ১৯৫১ চনত

(খ) ১৯৫৬ চনত

(গ) ১৯৫৯ চনত

উত্তৰ- (ক) ১৯৫১ চনত ।

Type by- Bikul Mandal