Class 3 Assamese Chapter 7 MCQ’s Sankardev School | মহাপুৰুষ | Class 3 Assamese Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 7

মহাপুৰুষ

১। মহাপুৰুষ দুজন নাম কি ?

(ক) শংকৰদেৱ আৰু মাধৱদেৱ

(খ) চন্দ্ৰ কুমাৰ আগৰৱালা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) শংকৰদেৱ আৰু মাধৱদেৱ ।

২। এজন সূৰ্য কাক বুজাইছে ?

(ক) শংকৰদেৱক

(খ) মাধৱদেৱক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) শংকৰদেৱক ।

৩। চন্দ্ৰ কাক বুজাইছে ?

(ক) মাধৱ দেৱক

(খ) শংকৰদেৱক

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) মাধৱ দেৱক ।

৪। আন্ধাৰ বিপৰীত শব্দ কি ?

(ক) পোহৰ

(খ) ৰাতি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) পোহৰ ।

৫। প্ৰভাত বিপৰীত শব্দ কি ?

(ক) ৰাতিপুৱা

(খ) গধূলি

(গ) এটাও নহয়

উত্তৰ- (খ) গধূলি ।

Type by- Bikul Mandal