Class 3 Assamese Chapter 8 MCQ’s Sankardev School | আমাৰ ককা | Class 3 Assamese Chapter 8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8

আমাৰ ককা 

১। ডঃ ভবেন্দ্ৰ নাথ শইকীয়া কোন আছিল ?

(ক) ককা আছিল

(খ) মাম আছিল

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ককা আছিল ।

২। কাকাকে লিখা এখন উপন্যাসনখনৰ নাম  লিখা ?

(ক) বুঢ়ী আই

(খ) মৰমৰ দেউতা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) মৰমৰ দেউতা ।

৩। সঁফুৰা আলোচনীখনৰ সম্পাদক কোন আছিল ?

(ক) তলৰ পৰা এটাও নহয়

(খ) প্ৰবাল

(গ) ভবেন্দ্ৰ নাথ শইকীয়া

উত্তৰ- (গ) ভবেন্দ্ৰ নাথ শইকীয়া ।

৪। বিখ্যাত শব্দ অৰ্থ কি ?

(ক) প্ৰখ্যাত

(খ) জনাজাত

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

৫। ন্যাস শব্দ অৰ্থ কি ?

(ক) নিধি

(খ) পুঁজি

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

৬। বিৰল শব্দ অৰ্থ কি ?

(ক) পাবলৈ টান

(খ) ইয়াৰ পৰা দুয়োটায়ে হয়

(গ) পাবলৈ কঠিন

উত্তৰ- (খ) ইয়াৰ পৰা দুয়োটায়ে হয় ।

৭। নিমাৰ্ণ শব্দটো অৰ্থ কি ?

(ক) তৈয়াৰ কৰি উলিওৱা

(খ) পৰিকল্পনা

(গ) এটাও নহয়

উত্তৰ- (ক) তৈয়াৰ কৰি উলিওৱা ।

Type by- Bikul Mandal