Class 3 Science Chapter 17 MCQ’s Assam Jatiya Bidyalaya | প্ৰাথমিক চিকৎসা | AJB Class 3 Science Chapter 17| MCQ’s Assamese Medium | Class 3 Science Chapter 17 | MCQ’s Type Question Answer |

Chapter- 17

প্ৰাথমিক চিকৎসা

১। আমাক কাটিলে হথাতে তেজ ওলাই ? 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

২। হাত- ভৰি মোচোকা খালে বা ভাঙিলে কি কৰিব লাগে ?

(ক) মালিছ কৰিব লাগে

(খ) একো কৰিব নালাগে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) একো কৰিব নালাগে ।

৩। হাত – ভৰি কিবা কিবি হ’ল আমি ক’লৈ যাব লাগে  ?

(ক) ঘৰলৈ

(খ) চিকিৎসা লৈ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) চিকিৎসা লৈ ।

৪। প্ৰাথমিক চিকিৎসা কাক বোলে ?

(ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে

(খ) দুখ পোৱা লগে লগে যি কাম কৰে হয় তাকে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে ।

৫। কেইজন মানুহে চোৱা – চিতাখিনি কৰিব লাগে ?

(ক) ২ জন

(খ) ৩ জন

(গ) ৪ জন

উত্তৰ- (ক) ২ জন ।

৬। দুখ পালে লগে লগে কিছুমান কাম কৰিব লাগে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

৭। জুয়ে পুৰিলে লগে লগে পোৰা ঠাই কিনি কি কৰিব লাগে ?

(ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে

(খ) ধুব লাগে বা জুবুৰিয়াই থ ব লাগে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে ।

৮। বৰল, মৌমাখি বা পোক – পৰুৱা কামোৰিলে কি লাগি থাকে ?

(ক) শুং

(খ) ভৰি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুং ।

৯। মানুহজন কিবা কিবি হ’লে যথেষ্ট কিমান পৰা মুকলি বতাহ পায় সহজে উশাহ- নিশাহ ল’ব লাগে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

১০। চিকিৎসকৰ পৰামৰ্শমতে ঔষধ- পাতি দিব লাগে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

Type by- Bikul Mandal