Class 3 Social Science Chapter 8.10 MCQ’s Sankardev School | ১০) কামৰূপ (গাম্য) জিলা | Class 3 Social Science Chapter 8.10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.10

কামৰূপ (গাম্য) জিলা

১। অবিভক্ত কামৰূপ অসমৰ আটাইতকৈ ________ জিলা আছিল?

(ক) জনবহুল

(খ) গাম্য

(গ) সৰু

উত্তৰ- (ক) জনবহুল ।

২। কিমান চনত অসম চৰকাৰে কামৰূপ জিলাক ‘কামৰূপ মহানগৰ’ আৰু “কামৰূপ” গাম্য এই দুই নামেৰে দুুখন জিলাক ভাগ কৰে ?*

(ক) ২০০৫

(খ) ২০১০

(গ) ২০০৩

উত্তৰ- (গ) ২০০৩ ।

৩। কামৰূপ (গাম্য) জিলা চাৰিসীমাত কি কি জিলা আছে?*

(ক) নগাঁও, গোৱালপাৰা, চিৰাং।

(খ) বাকসা, নলবাৰী, দৰং।

(গ) দৰং , মৰিগাঁও, চিৰাং।

উত্তৰ- (খ) বাকসা, নলবাৰী, দৰং। ।

৪। কামৰূপ (গাম্য) জিলা  মাটিকালি  কিমান?

(ক) ৩০৮৬.৮৪ বৰ্গ

(খ) ২১২৩.৬৮ বৰ্গ

(গ) ৯৮৭৬.৮৪ বৰ্গ

উত্তৰ- (ক) ৩০৮৬.৮৪ বৰ্গ ।

৫। কামৰূপ (গাম্য) জিলা জনসংখ্যা কিমান?

(ক) ১৩,১৭,২০৫ জন

(খ) ১৫,৯৮,৫৭৬ জন

(গ) ১৫,১৭,২০২ জন

উত্তৰ- (গ) ১৫,১৭,২০২ জন ।

৬। কামৰূপ (গাম্য) জিলা সদৰ ঠাই কি?

(ক) গাম্য

(খ) আমিন গাঁও

(গ) কামৰূপ

উত্তৰ- (খ) আমিন গাঁও ।

৭। কামৰূপ ( গাম্য) জিলা মহকুমা কি?

(খ) গাম্য, ৰঙিয়া

(খ) গুৱাহাতী , কামৰূপ

(গ) গুৱাহাতী, ৰঙিয়া

উত্তৰ- (গ) গুৱাহাতী, ৰঙিয়া ।

৮। কামৰূপ (গাম্য) জিলা প্ৰধান উপনৈ কি?

(ক) পুঠিমাৰী, বেঁকি, বৰলীয়া

(খ) বুঢ়াদিয়া, পহুমাৰা , বেঁকি

(গ) বৰনদী, পুঠিমাৰী, বকো

উত্তৰ- (গ) বৰনদী, পুঠিমাৰী, বকো ।

৯। কামৰূপ (গাম্য) জিলা প্ৰধান বিল কি?

(ক) খামৰঙা।

(খ) সাতদলা।

(গ) চান্দডুবি, চলচলা, সাতদল আদি

উত্তৰ- (গ) চান্দডুবি, চলচলা, সাতদল আদি ।

১০। কামৰূপ জিলা মাজেৰে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ  গৈছে?

(ক) ৩২ নং ৩৭ নং ৫৫ নং

(খ) ৩১ নং , ৩৭ নং , ৫২ নং

(গ) ৩৩ নং , ৩৫ নং , ৫২ নং

উত্তৰ- (খ) ৩১ নং , ৩৭ নং , ৫২ নং ।

Type by- Bikul Mandal