Class 3 Science Chapter 2 MCQ’s Assam Jatiya Bidyalaya | মাটি, শিল আৰু খনিজ পদাৰ্থ | AJB Class 3 Science Chapter 2| MCQ’s Assamese Medium | Class 3 Science Chapter 2 | MCQ’s Type Question Answer |

Chapter-2

মাটি, শিল আৰু খনিজ পদাৰ্থ

1/ নদ-নদী, সাগৰ-মহাসাগৰ আদি হ’ল পৃথিৱীৰ কি ভাগ হয় ?

(ক) উপ ভাগ

(খ) পানী ভাগ

(গ) ইয়াৰ বিতৰত এটাও নহয়

উত্তৰঃ (খ) পানী ভাগ।

2/ মাটিৰ ঘাই তৰপ কেইটা ?

(ক) ২

(খ) ৩

(গ) ১

উত্তৰঃ (ক) ২।

3/ মাটি কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰঃ (গ) তিনি প্ৰকাৰৰ।

4/ মাটিৰ ভিতৰত সোমাই থকা বোৰক কি বুলি ধৰা নহয় ?

(ক) হিউমাছ

(খ) উপাদান

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) উপাদান।

5/ কি মাটি খহটা ?

(ক) সাৰুৱা মাটি

(খ) বালিয়া মাটি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) বালিয়া মাটি ।

6/ মাটি পৰা আমি কি কি পাওঁ ?  

(ক) গছ – গছনি

(খ) খেতি- বাতি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) খেতি- বাতি।

7/ কি মাটিত হিউমাছৰ পৰিমান কম ?

(ক) বালিয়া মাটিত

(খ) বোকা মাটিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বোকা মাটিত।

8/ মাটিত কি কি গজে ?

(ক) গছ-গছনি

(খ) ফল-মূল আদি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) গছ-গছনি।

9/ সাৰুৱা বা পলসুৱা মাটিত কি থাকে ?

(ক) শক্তি

(খ) হিউমাছ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) হিউমাছ।

10/ মাটি উপাদান কেইটা ?

(ক) ২ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ১ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ।

Type By- Subhas Nath