Class 4 Burha Burhi aru Siyala Chapter 5 MCQ’s Assam Jatiya Bidyalay | ভেকুলীৰ বিয়া | AJB Class 4 Burha Burhi aru Siyala Chapter 5 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 5 | MCQ’s Type Question Answer |

Chapter-5

ভেকুলীৰ বিয়া

১। বুঢ়া আৰু বুঢ়ীৰ কি নাছিল?

(ক) ধন সম্পত্তী

(খ) ল’ৰা – ছোৱালী

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) ল’ৰা – ছোৱালী ।

২। বুঢ়া বুঢ়ীয়ে কি লৈ মাছ মাৰিবলৈ গৈছিল?

(ক) নাঙল

(খ) ছালনী

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৩। বুঢ়ীৰ জকাইত কি উঠিছিল?

(ক) এটা গৰু

(খ) এডাল সাপ

(গ) এটা ভেকুলী

উত্তৰ- (গ) এটা ভেকুলী ।

৪। ভেকুলীয়ে বুঢ়াৰ ঘৰত বহবতীয়া হৈ থাকি বুঢ়াক কি দিম বুলি ভাবিছিল?

(ক) সোণৰ কাপোৰ

(খ) সোণৰ মূদ্ৰা

(গ) সোণৰ সোলেং

উত্তৰ- (গ) সোণৰ সোলেং ।

৫। “চোৱাওই যাওকচোন ইনো কি কৰে”, এই কথাষাৰ কোনে ভাবিছিল?

(ক) বুঢ়াই

(খ) বুঢ়ীয়ে

(গ) ভেকুলীয়ে

উত্তৰ- (ক) বুঢ়াই ।

৬। কোনে গৰু হালকে লৈ গুচি গৈছিল?

(ক) বুঢ়াই

(খ) ইয়াৰ এটাও নহয়

(গ) ভেকুলীয়ে

উত্তৰ- (খ) ইয়াৰ এটাও নহয় ।

৭। “আই বেজাৰ নকৰিব, আপুনি মোক এদোণমান মাহ” এই কথাষাৰ কোনে কৈছিল?

(ক) ৰজাই

(খ) বুঢ়াই

(গ) ভেকুলীয়ে

উত্তৰ- (গ) ভেকুলীয়ে ।

৮। “মই যি কৰোঁ কৰিম” বুলি কোনে কৈাছিল?

(ক) বুঢ়াই

(খ) বুঢ়ীয়ে

(গ) ভেকুলীয়ে

উত্তৰ- (গ) ভেকুলীয়ে ।

৯। “মাহ গোটকৰাই খাওঁ বাটে বাটে যাওঁ” এই কথাষাৰ কোনে কৈছিল?

(ক) বুঢ়াই

(খ) ভেকুলীয়ে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) ভেকুলীয়ে ।

১০। “যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য় আৰু মোৰ জী-ক দিুম” বুলি কোনে কৈছিল?

(ক) বাঘে

(খ) সিংহয়ে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

Type by- Bikul Mandal