Class 3 Science Chapter 6 MCQ’s Assam Jatiya Bidyalaya | বতৰৰ কথা | AJB Class 3 Science Chapter 6| MCQ’s Assamese Medium | Class 3 Science Chapter 6 | MCQ’s Type Question Answer |

Chapter- 6

 বতৰৰ কথা

1/ সূৰ্যৰ ভিতৰত কেইটা ৰং আছে ?

(ক) ৯ টা

(খ) ১০ টা

(গ) ৭ টা

উত্তৰঃ (গ) ৭ টা।

2/ আমাৰ চাৰিওফালে কি থাকে ?

(ক) পানী

(খ) বায়ু

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বায়ু।

3/ সাগৰৰন ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৈৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

4/ গছ- গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইত বতৰ আন ঠাইতকৈ একেই 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

5/ বায়ু পৃথিৱীৰ ক ত থাকে 

(ক) তলত থাকে

(খ) ওপতৰ থাকে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ওপতৰ থাকে।

6/ কিমান কিল মিটাৰ ওপৰলৈ বায়ু আছে ?

(ক) আঠশ

(খ) ছশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ছশ।

7/ অক্সইড নামৰ কেইবিধ গেছৰ পৰিমান কেইটা ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ৩ টা।

8/ ভাপ বোৰ জমাহৈ কি হৈ যায় ?

(ক) ডাৱৰ বা মেঘ

(খ) বৰষুণ বা শিল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ডাৱৰ বা মেঘ।

9/ পাতল মেঘৰ বৰণ কি ৰং হয় ?

(ক) কলা

(খ) বগা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বগা।

10/ বতৰৰ লগত মানুহৰ ওচৰ সম্পৰ্ক কেইটা ?

(ক) ৫ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা।

Type By- Subhas Nath