Class 4 Burha Burhi aru Siyala Chapter 11 MCQ’s Assam Jatiya Bidyalay | বুধিয়ক শিয়াল | AJB Class 4 Burha Burhi aru Siyala Chapter 11 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 11 | MCQ’s Type Question Answer |

Chapter- 11

বুধিয়ক শিয়াল

১। পিঠা কেইটা কাৰ বাবে থৈ দিয়া হৈছিল?

(ক) মালিনী

(খ) লখিমী

(গ) ইয়াৰ এজনো নহয়

উত্তৰ- (খ) লখিমী ।

২। “সিহঁত ক’ত আছে ক?” এই কথাষাৰ কোনে কৈছিল?

(ক) বাঘে

(খ) লখিমীয়ে

(গ) শিয়ালে

উত্তৰ- (গ) শিয়ালে ।

৩। “আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে?” এই কথাষাৰ কোনে কৈছিল?

(ক) শিয়ালে

(খ) লখিমীয়ে

(গ) বাঘে

উত্তৰ- (গ) বাঘে ।

৪। আজি তুমি বাঘ মাৰিবলৈ যাব নালাগে? এই কথাষাৰ কোনে কৈছিল?

(ক) বাঘে

(খ) শিয়ালে

(গ) ইয়াৰ এজনো নহয়

উত্তৰ- (গ) ইয়াৰ এজনো নহয় ।

৫। শিয়ালে কি কৰোটে হাবি তল-ওপৰ হ’ল?

(ক) শিয়ালে মঙহ খাওতে

(খ) শিয়ালে বাঘৰ হাতনে মৃত্য়ু হওতে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৬। লটং-পটং অৰ্থ কি ?

(ক) দূৰৰ পৰা

(খ) অস্থিৰ

(গ) মিছা

উত্তৰ- (খ) অস্থিৰ ।

৭। কোনে বাঘক শালত দিয়া বুলি কৈছিল ?

(ক) হাতী

(খ) শিয়াল

(গ) কুকুৰ

উত্তৰ- (খ) শিয়াল ।

৮। লুংলুঙাই ফুৰ্ মানে কি ?

(ক) গোপনে কোনো বস্তু বিচাৰি ফুৰা

(খ) পেট ভৰাই

(গ) ৰক্ষা কৰা

উত্তৰ- (ক) গোপনে কোনো বস্তু বিচাৰি ফুৰা ।

Type by- Bikul Mandal