Class 3 Social Science Chapter 1 MCQ’s Sankardev School | আমাৰ পৰিৱেশ | Class 3 Social Science Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 1

আমাৰ পৰিৱেশ

১। আমাৰ চাৰিওফালে কি থকা কথা কৈছে ?

(ক) মিঠাতেল

(খ) কাগজ

(গ) বায়ু, পানি , মাটি

উত্তৰ- (গ) বায়ু, পানি , মাটি ।

২। দৈনন্দিন জীৱনত আমি কেনেকোৱা পৰিৱেশ পাওঁ?

(ক) অশান্তি পৰিৱেশ

(খ) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক

(গ) শান্তি পৰিৱেশ

উত্তৰ- (খ) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক ।

৩। সামাজিক পৰিৱেশ কিহক কোৱা হয় ?

(ক) গন্থমেলা

(খ) পূজা

(গ) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা – ঘাট

উত্তৰ- (গ) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা – ঘাট ।

৪। প্ৰাকৃতিক পৰিৱেশ কিহক কোৱা হয় ?

(ক) মানুহক

(খ) নৈ-বিল, গছ – গছনি , জান – জুৰি , জীৱ – জন্তু

(গ) বায়ুক

উত্তৰ- (খ) নৈ-বিল, গছ – গছনি , জান – জুৰি , জীৱ – জন্তু ।

৫। ভাল পৰিৱেশে ঘৰলৈ কি কঢ়িয়াই আনে ?

(ক) অশান্তি

(খ) সুখ – শান্তিৰ, সমৃদ্ধি

(গ) দুখ

উত্তৰ- (খ) সুখ – শান্তিৰ, সমৃদ্ধি ।

৬। আমি বাস কৰা চুবুৰিটোৰ মানুহখিনিৰ লগত  কেনেকোৱা কৈ থাকিব লাগে ?

(ক) কাজিয়া লাগি

(খ) মিলা – প্ৰীতিৰে

(গ) অশান্তি কৰি

উত্তৰ- (খ) মিলা – প্ৰীতিৰে ।

৭। আমি প্ৰাকৃতিক পৰিৱেশ ভাল কৰিবলৈ কি কৰিব লাগে ?

(ক) যত্ন

(খ) কাজিয়া

(গ) দুখ

উত্তৰ- (ক) যত্ন ।

৮। জধে – মধে গছ- গছনি কি কৰিব নালেগে ?

(ক) কাটিব লাগে

(খ) কাটিব নালাগে

(গ) ৰুৱ নালাগে

উত্তৰ- (খ) কাটিব নালাগে ।

৯। বৰষুণৰ পৰিমাণ কমি গ’লে কি হয় ?

(ক) গৰম হয়

(খ) খেতি – বাতি ক্ষতি হয়

(গ) ঠাণ্ডা হয়

উত্তৰ- (খ) খেতি – বাতি ক্ষতি হয় ।

১০। আমাৰ পৰিৱেশৰ পৰম বন্ধু কি ?

(ক) বন্ধ – বান্ধৱী

(খ) চৰাই – চিৰিকটি , পোক – পৰুৱা , সাপ – ভেকুলি

(গ) প্ৰকৃতি

উত্তৰ- (খ) চৰাই – চিৰিকটি , পোক – পৰুৱা , সাপ – ভেকুলি ।

Type by- Bikul Mandal