Class 3 Social Science Chapter 13 MCQ’s Sankardev School |আজৰি সময়ৰ ব্যবহাৰ | Class 3 Social Science Chapter 13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-13

আজৰি সময়ৰ ব্যবহাৰ 

১) যিখিনি সময় কোনো কামৰ বাবে ব্যৱহাৰ কৰা নহয় সেই সময় খিনিক কি বুলি ? 

ক) আজৰি সময়

খ) পঢ়া – শুনা কৰা সময়

গ)খেলা সময়

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আজৰি সময়।

২) সাধুকথাৰ কিতাপ পঢ়িলে মনত  কি শক্তিৰ বিকাশ হয় ?

ক) সৃজনী শক্তি

খ) কল্পনা শক্তিৰ

গ)সৃজনী শক্তি আৰু কল্পনা শক্তিৰ

ঘ)ওপৰৰ এটাও নহয়

উত্তৰঃ গ)সৃজনী শক্তি আৰু কল্পনা শক্তিৰ।

৩) আজৰি সময়ত কৰা কামে আমাক কি দিয়ে ? 

ক) দুখ দিয়ে

খ) আনন্দ দিয়ে

গ) আঘাত দিয়ে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আনন্দ দিয়ে।

৪) কিহৰ যোগেদি খেলুৱৈসকলৰ মনত সদ্ভাৱ জাগে আৰু ভৱিষ্যৎ জীৱনত সমাজত বসবাস কৰিবৰ বাবে নিজকে সংযমী কৰি তুলে ? 

ক) কামৰ যোগেদি

খ) ভ্ৰমণৰ যোগেদি

গ) খেল – ধেমালিৰ যোগেদি

ঘ) পঢ়া – শুনা যোগেদি

উত্তৰঃ গ) খেল – ধেমালিৰ যোগেদি।

৫) শৰীৰটো অধিক কাৰ্যক্ষম আৰু নিৰোগী কৰি ৰাখিবৰ বাবে তথা মগজুৰ বিকাশ দ্ৰুততৰ কৰিবৰ বাবে কিহৰ আৱশ্যক ?  

ক) ভ্ৰমণৰ যোগেদি

খ) কামৰ যোগেদি

গ) খেল – ধেমালিৰ যোগেদি

ঘ) পঢ়া – শুনা যোগেদি

উত্তৰঃ গ) খেল – ধেমালিৰ যোগেদি।

৬) বাতৰি কাকত পঢ়াৰ ফলত কি লাভ হয় ?

ক) বহুটো নজনা কথা জানিৱ পাৰি

খ) বেয়া কথা জানিব পাৰি

গ) ভ্ৰমণৰ বিষয়ে জানিব পাৰি

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বহুটো নজনা কথা জানিৱ পাৰি।

৭) প্ৰতিজন সুস্থ আৰু সবল মানুহে কিমান সময় কাম কৰে ? 

ক) দুই ঘন্টা কাম কৰে

খ) দিনটো কাম কৰে

গ) আগবেলা কাম কৰে

ঘ) পাচঁ ঘন্টা কাম কৰে

উত্তৰঃ খ) দিনটো কাম কৰে।

৮) পূজাৰীয়ে মন্দিৰত কি কৰে ? 

ক) পঢ়া – শুনা কৰে

খ) খেল – ধেমালি কৰে

গ) পুজা কৰে

ঘ) ছবি অংকন কৰা

উত্তৰঃ গ) পুজা কৰে।

৯) আজৰি সময়ত কি কৰিব পাৰি ? 

ক) বেডমিণ্টন , ভলীবল , ফুটবল , কেৰম খেলিৱ পাৰি

খ) ভ্ৰমণ কৰিবপাৰি

গ) টোপনি যাব পাৰি

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বেডমিণ্টন , ভলীবল , ফুটবল , কেৰম খেলিৱ পাৰি।

১০) ছবি অংকন কৰোতে কিমান কি খৰচ কৰিব সেইটো নিৰ্দিষ্ট কৰি লব লাগে ? 

ক) কিমান সময় খৰছ

খ) কিমান কাঠ পেঞ্চিল খৰছ

গ) কিমান লবৰ খৰছ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কিমান সময় খৰছ।

Type By- Subhas Nath