Class 3 Social Science Chapter 8.11 MCQ’s Sankardev School | ১১) কামৰূপ ( মহানগৰ) জিলা | Class 3 Social Science Chapter 8.11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.11

কামৰূপ ( মহানগৰ) জিলা

১। কিমান চনত অসম চৰকাৰে কামৰূপ জিলাক ‘কামৰূপ মহানগৰ’ আৰু ‘কামৰূপ গ্ৰাম্য’ এই দুই নামাৰে দুখন জিলাক ভাগ কৰে?

(ক) ২০০৬

(খ) ২০০৩

(গ) ২০৯০

উত্তৰ- (খ) ২০০৩ ।

২। কামৰূপ মহানগৰৰ চাৰিসীমাত কি কি জিলা আছে?

(ক) নগাঁও, গুৱাহাতী, গোৱালপাৰা

(খ) চিৰাং, গোৱালপাৰা, মৰিগাঁও

(গ) মৰিগাঁও, দৰং

উত্তৰ- (গ) মৰিগাঁও, দৰং ।

৩। কামৰূপ জিলা সদৰ ঠাই কি?

(ক) নগাঁও

(খ) গুৱাহাতী

(গ) মৰিগাঁও

উত্তৰ- (খ) গুৱাহাতী ।

৪। কামৰূপ মহানগৰৰ মাটিকালি কিমান?

(ক) ১,২৩৪.১৩ বৰ্গ

(খ) ১,৬৭১.১৩ বৰ্গ

(গ) ১,১৫০.১৩ বৰ্গ

উত্তৰ- (গ) ১,১৫০.১৩ বৰ্গ ।

৫। কামৰূপ মহানগৰৰ জনসংখ্যা কিমান?

(ক) ১২,৬০,৪১৯ জন

(খ) ১২,৬৭,৮৭৯ জন

(গ) ১২,৩৪,৯৮৭ জন

উত্তৰ- (ক) ১২,৬০,৪১৯ জন ।

৬। কামৰূপ মহানগৰৰ প্ৰধান উপনৈ কি কি?

(ক) বৰনদী, বকো, শিংৰা আদি

(খ) পুঠিমাৰী, বৰলীয়া, কুলসী আদি

(গ) ডিগাৰু, ভৰলু, বশিষ্ঠ আদি

উত্তৰ- (গ) ডিগাৰু, ভৰলু, বশিষ্ঠ আদি ।

৭। কামৰূপ মহানগৰ জিলা প্ৰধান পাহাৰ কি কি?

(ক) বাঘবৰ, চিলাটিং, পাগলাৰটেক আদি

(খ) ৰাক্ষসিনী, শ্ৰীসূৰ্য, পঞ্চৰত্ন আদি

(গ) নীলাচল, সন্ধ্যাচল, শৰণীয়া, আদি

উত্তৰ- (গ) নীলাচল, সন্ধ্যাচল, শৰণীয়া, আদি ।

৮। কামৰূপ মহানগৰ জিলা প্ৰধান বিল কি কি?

(ক) দীপৰ, কুকুৰমাৰা, উৰপদ

(খ) খামৰাং, দীপৰ, কুকুৰমাৰা

(গ) কুকুৰামাৰা, উৰপদ, নলগা

উত্তৰ- (খ) খামৰাং, দীপৰ, কুকুৰমাৰা ।

৯। কামৰূপ মহানগৰ মাজাৰে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে?

(ক) ২০ নং আৰু ৩১ নং

(খ) ৩১ নং আৰু ৩২ নং

(গ) ৩১ নং আৰু ৩৭ নং

উত্তৰ- (গ) ৩১ নং আৰু ৩৭ নং ।

১০। কামৰূপ মহানগৰৰ ৰে’ল ষ্টেছনসমূহৰ নাম কি?

(ক) ৰঙিয়া, ছয়গাঁও, মিৰ্জা আদি

(খ) গোৰেশ্বৰ, কমলপুৰ, বাইহাটা আদি

(গ) ৱকামাখ্যা, গুৱাহাটী, নাৰেংগী আদি

উত্তৰ- (গ) ৱকামাখ্যা, গুৱাহাটী, নাৰেংগী আদি ।

Type by- Bikul Mandal