Class 3 Social Science Chapter 5 MCQ’s Sankardev School | আমাৰ পৃথিৱীখন | Class 3 Social Science Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 5

আমাৰ পৃথিৱীখন

১। আমাৰ প্ৰতিদিনে পূৱা কোন দিশত সূৰ্য উদয় হয়?

(ক) পশ্চিম দিশত

(খ) পূব দিশত

(গ) উওৰ দিশত

উত্তৰ- (খ) পূব দিশত ।

২। সূৰ্যৰ চাৰিওফালে কেইতা গ্ৰহেই অবিৰামভাৱে প্ৰদক্ষিন কৰি আহিছে?  

(ক) পাচটা

(খ) ছয়টা

(গ) আঠটা

উত্তৰ- (গ) আঠটা ।

৩। আমি সন্ধিয়া আকাশত কোন দিশত সূৰ্যটো মাৰ যোৱা দেখিছো?

(ক)পশ্চিম দিশত

(খ) উওৰ দিশত

(গ) পূৱ দিশত

উত্তৰ- (ক)পশ্চিম দিশত ।

৪। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান?

(ক) এক কোটি কিলোমিটাৰ

(খ) বাৰ কোটি কিলোমিটাৰ

(গ) পোন্ধৰ কোটি কিলোমিটাৰ

উত্তৰ- (গ) পোন্ধৰ কোটি কিলোমিটাৰ ।

৫। গ্ৰহবোৰৰ চাৰিওফালে প্ৰদক্ষিন কৰি থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়?

(ক) উপগ্ৰহ

(খ) পৃথিৱীৰ

(গ) গ্ৰহ

উত্তৰ- (ক) উপগ্ৰহ ।

৬। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি?

(ক) গ্ৰহ

(খ) চন্দ্ৰ

(গ) উপগ্ৰহ

উত্তৰ- (খ) চন্দ্ৰ ।

৭। প্ৰথিৱীয়ে  নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি কিমান ঘণ্টাৰ ভিতৰত গাটো সম্পূৰ্ণ এপাক ঘুৰাই লয়?

(ক) ১২ ঘণ্টা

(খ) ২০ ঘণ্টা

(গ) ২৪ ঘণ্টা

উত্তৰ- (গ) ২৪ ঘণ্টা ।

 ৮। পৃথিৱীখন  সম্পূৰ্ণ এপাক ঘুৰিবলৈ কিমান দিন লাগে ?

(ক) ৩৫৫ দিন ৩ ঘণ্টা

(খ) ৩৫৬ দিন ১২ ঘণ্টা

(গ) ৩৬৫ দিন ৬ ঘণ্টা

উত্তৰ- (গ) ৩৬৫ দিন ৬ ঘণ্টা ।

৯। জলভাগক মূলতঃ কেইখন মহাসাগৰ ভাগ কৰা হৈছে?

(ক) ১০ খন

(খ) ৫ খন

(গ) ৩ খন

উত্তৰ- (খ) ৫ খন ।

১০। পৃথিৱীখন ৩৬৫ দিন ৬ ঘণ্টা সম্পূৰ্ণ কৰা পিছত কিমান বছৰৰ বুলি কোৱা হয়?

(ক) পাঁচ বছৰ

(খ) এবছৰ

(গ) দহ বছৰ

উত্তৰ- (খ) এবছৰ ।

Type by- Bikul Mandal