Class 3 Social Science Chapter 6 MCQ’s Sankardev School | আমাৰ দেশ ভাৰতবৰ্ষ | Class 3 Social Science Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

আমাৰ দেশ ভাৰতবৰ্ষ

১। আমাৰ দেশ খনৰ নাম কি?

(ক) শোণিতপুৰ

(খ) ভাৰতবৰ্ষ

(গ) ভাৰতীয়

উত্তৰ- (খ) ভাৰতবৰ্ষ ।

২। ভাৰতীয় সভ্যতা কমেও  কিমাণ বছৰৰ পুৰণি ?

(ক) ছয় হেজাৰ বছৰৰ

(খ) আঠ হেজাৰ বছৰৰ

(গ) পাঁচ হেজাৰ বছৰৰ

উত্তৰ- (গ) পাঁচ হেজাৰ বছৰৰ ।

৩। বিশ্বৰ প্ৰথম পুথি “ঋকবেদ” ক’ত ৰচিত হৈছিল?

(ক) ভাৰতবৰ্ষত

(খ) অষ্টেলিয়াত

(গ) অন্য দেশত

উত্তৰ- (ক) ভাৰতবৰ্ষত ।

৪। ইংৰাজ সকলে কিমান বছৰ ধৰি ভাৰতবৰ্ষত  শাসন চলাইচিল?

(ক) চাৰিশ বছৰ

(খ) দুশ বছৰ

(গ) এশ বছৰ

উত্তৰ- (খ) দুশ বছৰ ।

৫। লক্ষ লক্ষ লোকে ইংৰাজক খেদিবলৈ যুজ কৰিছিল আৰু সেই সকলক কি বুলি কোৱা হয?  

(ক) সংগ্ৰামী

(খ) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী

(গ) স্বাধীনতা

উত্তৰ- (খ) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী ।

৬। প্ৰথম স্বাধীনতা সংগ্ৰাম কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৫৭৬

(খ) ১৮৫৭

(গ) ১৯৪৭

উত্তৰ- (খ) ১৮৫৭ ।

৭। স্বাধীনতা সংগ্ৰাম প্ৰায় কিমাণ বছৰৰ ধৰি চলিছিল ?

(ক) ১০০ বছৰ

(খ) ৯০ বছৰ

(গ) ৯৯ বছৰ

উত্তৰ- (খ) ৯০ বছৰ ।

৮। ভাৰতবৰ্ষয়ে কিমাণ চনত স্বাধীনতা লাভ কৰিছিল?

(ক) ১৪৭৬ চনৰ ১৪ আগষ্টত

(খ) ১৯৪৫ চনৰ ১৫ আগষ্টত

(গ) ১৯৪৭ চনৰ ১৫ আগষ্টত

উত্তৰ- (গ) ১৯৪৭ চনৰ ১৫ আগষ্টত ।

৯। ভাৰতৰ সংবিধানখন কেতিয়া পৰা প্ৰচলন হৈছে?

(ক) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা

(খ) ১৯৪৯ চনৰ ২৫ জানুৱাৰীৰ পৰা

(গ) ১৯৫০ চনৰ ২০ জানুৱাৰীৰ পৰা

উত্তৰ- (ক) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ।

১০। ভাৰতবৰ্ষত গণৰাজ্য দিৱশ কেতিয়া পালন কৰা হয়?*

(ক) ৩০ জানুৱাৰীৰ

(খ) ২০ জানুৱাৰীৰ

(গ) ২৬ জানুৱাৰীৰ

উত্তৰ- (গ) ২৬ জানুৱাৰীৰ ।

Type by- Bikul Mandal