Class 3 Social Science Chapter 8.18 MCQ’s Sankardev School | ১৮) যোৰহাট জিলা | Class 3 Social Science Chapter 8.18 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.18

যোৰহাট জিলা

১। যোৰহাট জিলা মহকুমা কি?

(ক) যোৰহাট আৰু মৰিগাঁও।

(খ) যোৰহাট আৰু তিতাবৰ।

(গ) তিতাবৰ আৰু নগাঁও।

উত্তৰ- (খ) যোৰহাট আৰু তিতাবৰ।

২। যোৰহাট জিলা সদৰ ঠাই কি?

(ক) তিতাবৰ।

(খ) গোৱালপাৰা।

(গ) যোৰহাট

উত্তৰ- (গ) যোৰহাট ।

৩। যোৰহাট জিলা মাটিকালি কিমান?

(ক) ১৯৭১ বৰ্গ কিঃমিঃ

(খ) ১৫৬৪ বৰ্গ কিঃমিঃ

(গ) ৬৭৮৯ বৰ্গ কিঃমিঃ

উত্তৰ- (ক) ১৯৭১ বৰ্গ কিঃমিঃ ।

৪। যোৰহাট জিলা জনসংখ্যা কিমান ?

(ক) ১৫,৯৭,৭৮৯ জন।

(খ) ১০,৯১,২৯৫ জন।

(গ) ১২,৮৭,৫৭৮ জন।

উত্তৰ- (খ) ১০,৯১,২৯৫ জন।

৫। যোৰহাট জিলা প্ৰধান উপনৈ কি কি?

(ক) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।

(খ) ধনশিৰি, ৰেংমা, নামবৰ ইত্যাদি।

(গ) ডিফলু, গেলাবিল, নামবৰ।

উত্তৰ- (ক) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।

৬। যোৰহাট জিলা প্ৰধান নদী কি ?

(ক) ব্ৰহ্মপুত্ৰ।

(খ) কপিলি।

(গ) কলং।

উত্তৰ- (ক) ব্ৰহ্মপুত্ৰ।

Type by- Bikul Mandal