Class 3 Social Science Chapter 8.25 MCQ’s Sankardev School | ২৫) লখিমপুৰ জিলা | Class 3 Social Science Chapter 8.25 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.25

লখিমপুৰ জিলা 

১। সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাসস্থান হিচাপে কোনখন জিলাক জনা যায় ? 

ক) মৰিগাওঁ জিলাক

খ) লখিমপুৰ জিলাক

গ) ধেমাজি জিলাক

ঘ) নগাওঁ জিলাক

উত্তৰ- খ) লখিমপুৰ জিলাক ।

২। ‘পূৰ’ মানে কি ? 

ক) ভৰি

খ) হাত

গ) লখিমী

ঘ) ওপৰৰ এটাও নহয়.

উত্তৰ- ক) ভৰি ।

৩। লখিমীৰে  ভৰি থকা ঠাইখনক কি বুলি কোৱা হয় ? 

ক) মৰিগাওঁ বুলি কোৱা হয়

খ) লখিমপুৰ বুলি কোৱা হয়

গ) নগাওঁ বুলি কোৱা হয়

ঘ) শিৱসাগৰ বুলি কোৱা হয়

উত্তৰ- খ) লখিমপুৰ বুলি কোৱা হয় ।

৪। লখিমপুৰ জিলাৰ উওৰে কি জিলা আছে ? 

ক) অৰুণাচল প্ৰদেশ আছে

খ) মৰিগাওঁ আছে

গ) শিৱসাগৰ আছে

ঘ) যোৰহাট আছে

উত্তৰ- ক) অৰুণাচল প্ৰদেশ আছে ।

৫। লখিমপুৰ জিলাৰ পূৱে  কি আছে ? 

ক) মাজুলি জিলা আছে ।

খ) ধেমাজি জিলা আছে ।

গ) অৰুণাচল প্ৰদেশ আছে ।

ঘ) নগাওঁ জিলা আছে ।

উত্তৰ- খ) ধেমাজি জিলা আছে ।

৬। লখিমপুৰ জিলাৰ জনসংখ্যা কিমান ? 

ক) ১০,৪০,৬৪৫ জন ।

খ) ১o, ৪০,৬৪৪জন ।

গ) ১০,৪১,৬৮৩ জন ।

ঘ) ১০,৪১,৬৮৪ জন ।

উত্তৰ- খ) ১o, ৪০,৬৪৪জন ।

৭। লখিমপুৰ জিলাৰ প্ৰধান নদী কি ? 

ক) ব্ৰহ্মপুত্ৰৰ

খ) গংগা

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- ক) ব্ৰহ্মপুত্ৰৰ ।

৮। লখিমপুৰ জিলাৰ মুঠ মাটিকালি কিমান ? 

ক) ২,৩৫০,২৪ বৰ্গ কিঃমিঃ।

খ) ২,৩৫০,২৩ বৰ্গ কিঃমিঃ।

গ) ৩,৩৫০,২৫ বৰ্গ কিঃমিঃ ।

ঘ) ২,৩৩৩,৩৩ বৰ্গ কিঃমিঃ।

উত্তৰ- ক) ২,৩৫০,২৪ বৰ্গ কিঃমিঃ।

৯। লখিমপুৰ জিলাৰ সদৰ ঠাই কি ? 

ক) মৰাণ

খ) শিৱসাগৰ

গ) উওৰ লখিমপুৰ

ঘ) ডিব্ৰুগড়

উত্তৰ- গ) উওৰ লখিমপুৰ ।

১০। লখিমপুৰ জিলাৰ দক্ষিণে কি জিলা আছে ? 

ক) মাজুলী জিলা

খ) নলবাৰী জিলা

গ) শিৱসাগৰ জিলা

ঘ) মৰাণ জিলা

উত্তৰ- ক) মাজুলী জিলা ।

Type by- Bikul Mandal