Class 3 Social Science Chapter 8.31 MCQ’s Sankardev School | ৩১) কাৰ্বি আংলং (পূৱ) জিলা | Class 3 Social Science Chapter 8.31 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.31

কাৰ্বি আংলং (পূৱ) জিলা

১। আংলং মানে কি ?

ক) কাপোৰ

খ) বাসভুমি

গ) লাওপানী

ঘ) ওপৰৰ এটাও নহয়

উত্তৰ- খ) বাসভুমি ।

২। কাৰ্বিসকলৰ বাসভুমি হোৱাৰ বাবে এই জিলাখনক কি নামেৰে জনা যায় ?

ক) মৰিগাওঁ নামেৰে জনা যায়

খ) মৰাণ নামেৰে জনা যায়

গ)ডিফু নামেৰে জনা যায়

ঘ) কাৰ্বি আংলং নামেৰে জনা যায়

উত্তৰ- ঘ) কাৰ্বি আংলং নামেৰে জনা যায় ।

৩। এই জিলাৰ উওৰে কি জিলা আছে ?

ক) নগাওঁ জিলা

খ) গোলাঘাট জিলা

গ) নগাওঁ আৰু গোলাঘাট জিলা

ঘ) ডিফু

উত্তৰ- গ) নগাওঁ আৰু গোলাঘাট জিলা ।

৪। এই জিলাৰ সদৰ ঠাই কি ?

ক) বোকাজান

খ) হাওৰাঘাট

গ) ডিফু

ঘ) কাৰ্বি আংলং

উত্তৰ- গ) ডিফু ।

৫। এই জিলাৰ মহকুমা কত আছে ?

ক) ডিফু

খ) বোকাজান

গ) হাওৰাঘাট

ঘ) ডিফু, বোকাযান, হাওৰাঘাট

উত্তৰ- ঘ) ডিফু, বোকাযান, হাওৰাঘাট ।

৬। এই জিলাৰ মাটি কালি কিমান ?

ক) ৭৩৯৮ বৰ্গ কিঃমিঃ

খ) ৭৩৯৭ বৰ্গ কিঃমিঃ

গ) ৭৩৯৯ বৰ্গ কিঃমিঃ

ঘ) ৭৩৯৯ বৰ্গ কিঃমিঃ

উত্তৰ- গ) ৭৩৯৯ বৰ্গ কিঃমিঃ ।

৭। এই জিলাৰ জনসংখ্যা কিমান ?

ক) ৬,৬০,৫৫৯ বৰ্গ কিঃমিঃ

খ) ৬,৭০.৯৫৫ বৰ্গ কিঃমিঃ

গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ

ঘ) ৭,৪৩,৯৯৯ বৰ্গ কিঃমিঃ

উত্তৰ- গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ ।

৮। এই জিলাৰ পূবে কি আছে ?

ক) মৰিগাওঁ

খ) নাগালেণ্ড

গ) গোলাঘাট

ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য

উত্তৰ- ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য ।

৯। এই জিলাৰ দক্ষিণে কি আছে ?

ক) ডিমা হাচাও জিলা

খ) নাগালেণ্ড

গ) নলবাৰী

ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য

উত্তৰ- ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য ।

১০। এই জিলাৰ পশ্চিমে কি জিলা আছে ?

ক) নলবাৰী জিলা

খ) নগাওঁ জিলা

গ) মৰাণ জিলা

ঘ) হোজাই জিলা

উত্তৰ- ঘ) হোজাই জিলা ।

Type by- Bikul Mandal