Class 3 Social Science Chapter 8.32 MCQ’s Sankardev School | ৩২) পশ্চিম কাৰ্বি আংলং জিলা | Class 3 Social Science Chapter 8.32 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.32

পশ্চিম কাৰ্বি আংলং জিলা

১। কাৰ্বি জনজাতি লোকৰ বসতিৰ বাবেই এই জিলাখনক কি নামেৰে জনা যায় ?

ক) নলবাৰী

খ) কাছাৰ

গ) কাৰ্বি আংলং

ঘ) মেঘালয়

উত্তৰ- গ) কাৰ্বি আংলং ।

২। এই জিলাৰ উওৰে কি জিলা আছে ?

ক) ডিমা হাছাও জিলা

খ) নগাওঁ

গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা

ঘ) হোজাই জিলা

উত্তৰ- গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা ।

৩। এই জিলাৰ সদৰ ঠাই কি ?

ক) হামৰেণ

খ) ডিমা হাছাও

গ) মেঘালয়

ঘ) হোজাই

উত্তৰ- ক) হামৰেণ ।

৪। এই জিলাৰ মহকুমা কত আছে ?

ক) ডিমা হাছাও

খ) মেঘালয়

গ) হোজাই

ঘ) হামৰেণ

উত্তৰ- ঘ) হামৰেণ ।

৫। এই জিলাৰ মাটিকালি কিমান ?

ক) ৩০৩৫ বৰ্গ কিঃমিঃ

খ) ৩০৫৩ বৰ্গ কিঃমিঃ

গ) ৩২০৫ বৰ্গ কিঃমিঃ

ঘ) ৩৩৩৩ বৰ্গ কিঃমিঃ

উত্তৰ- ক) ৩০৩৫ বৰ্গ কিঃমিঃ ।

৬। এই জিলাৰ জনসংখ্যা কিমান ?

ক) ৩,০০,০০০ জন

খ) ৩,০০,০০১ জন

গ) ৩,০০,৪০৩ জন

ঘ) ৩০,৯৯,৯৯৯ জন

উত্তৰ- ক) ৩,০০,০০০ জন ।

৭। এই জিলাখন চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ টোৰ নাম কি ?

ক) ৫৫ নং

খ) ৫২ নং

গ) ৫৮ নং

ঘ) ৩৭ নং

উত্তৰ- গ) ৫৮ নং ।

৮। এই জিলাত যথেষ্ট পৰিমাণে কি উৎপাদন কৰা হয় ?

ক) ধান উৎপাদন কৰা হয়

খ) কপাহ উৎপাদন কৰা হয়

গ) ঘেহুঁ উৎপাদন কৰা হয়

ঘ) সৰিয়হ উৎপাদন কৰা হয়

উত্তৰ- খ) কপাহ উৎপাদন কৰা হয় ।

৯। এই জিলাৰ প্ৰধান শিল্প কি ?

ক) কুটীৰ শিল্প

খ) বাহঁ বেতৰ শিল্প

গ) বয়ন শিল্প

ঘ) লোক – শিল্প

উত্তৰ- খ) বাহঁ বেতৰ শিল্প ।

১০। এই জিলাৰ পূবে কি জিলা ?

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) ডিমা হাছাও জিলা

ঘ) হোজাই জিলা

উত্তৰ- ঘ) হোজাই জিলা ।

Type by- Bikul Mandal