Class 3 Social Science Chapter 8.4 MCQ’s Sankardev School | ৪) চিৰাং জিলা | Class 3 Social Science Chapter 8.4 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.4

চিৰাং জিলা

১। চিৰাংৰ চাৰিসীমাত কি কি জিলা আছে?

(ক) মৰিগাঁও , গোৱালপাৰা

(খ) নগাওঁ , বাকসা

(গ) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ

উত্তৰ- (গ) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ ।

২। চিৰাং জিলা মাটিকালি কিমান?

(ক) ১,৪৪৪,৬৭

(খ) ১,০৯৯,৮৫

(গ) ১,০৯৯,৫৪

উত্তৰ- (গ) ১,০৯৯,৫৪ ।

৩। চিৰাং জিলা  জনসংখ্যা কিমান?

(ক) ৪,৮২,১৬২

(খ) ৭,৮৯,৫৬৭

(গ) ৮,৯৮,২১২

উত্তৰ- (ক) ৪,৮২,১৬২ ।

৪। চিৰাং জিলা  সদৰ ঠাই  কি?

(ক) চিৰাং

(খ) মৰিগাঁও

(গ) কাজল

উত্তৰ- (গ) কাজল ।

৫। চিৰাং জিলা মহকুমা কি?

(ক) কাজলগাঁও , বিজনী

(খ) চিৰাং

(গ) কাজল

উত্তৰ- (ক) কাজলগাঁও , বিজনী ।

৬। চিৰাং জিলা প্ৰধান নৈ কি?

(ক) আই, চম্পাৱতী, মানাহ

(খ) গৌৰাং , চম্পাৱতী

(গ) গদাধৰ , মানাহ

উত্তৰ- (ক) আই, চম্পাৱতী, মানাহ ।

৭। চিৰাং জিলাত কি কি ৰে’ল ষ্টেছন?

(ক) বিজনী, ডাংতল

(খ) ধূপধৰা , দৰংগিৰি

(গ) দুধনৈ ,ডাংতল

উত্তৰ- (ক) বিজনী, ডাংতল ।

৮। চিৰাং জিলা প্ৰধান শস্য কি কি?

(ক) ধান, মাহ , সৰিয়হ , মৰাপাট

(খ) সৰিয়হ

(গ) ধান

উত্তৰ- (ক) ধান, মাহ , সৰিয়হ , মৰাপাট ।

৯। চিৰাংৰ যাতায়াত ব্যৱস্থা কি কি?  

(ক) স্থল পথৰ ব্যৱস্থা

(খ) ৰে’ল আৰু স্থল পথৰ ব্যৱস্থা

(গ) অন্য কিৱা ব্যৱস্থা

উত্তৰ- (খ) ৰে’ল আৰু স্থল পথৰ ব্যৱস্থা ।

১০। চিৰাং জিলা কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ?

(ক) ৩৩ নং

(খ) ৩০ নং

(গ) ৩১ নং

উত্তৰ- (গ) ৩১ নং ।

Type by- Bikul Mandal