Class 3 Social Science Chapter 8.3 MCQ’s Sankardev School | ৩) কোকৰাঝাৰ | Class 3 Social Science Chapter 8.3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.3

কোকৰাঝাৰ

১। কোকৰাঝাৰ নামটো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা

(খ) খুংখ্ৰা পৰা

(গ) খেংখ্ৰাই পৰা

উত্তৰ- (ক) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা ।

২। কোকৰাঝাৰ চাৰিসীমাত কি কি জিলা আছে?

(ক) বাকসা

(খ) ধুবুৰী

(গ) বঙাইগাঁও, চিৰাং, ধুবুৰী

উত্তৰ- (গ) বঙাইগাঁও, চিৰাং, ধুবুৰী ।

৩। কোকৰাঝাৰ জিলা সদৰ ঠাই কি?

(ক) গুৱাহাতী

(খ) গোৱালপাৰা

(গ) কোকৰাঝাৰ

উত্তৰ- (গ) কোকৰাঝাৰ ।

৪। কোকৰাঝাৰ জিলা মহকুমা কি?

(ক) মানকাচৰ

(খ) চিৰাং

(গ) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা

উত্তৰ- (গ) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা ।

৫। কোকৰাঝাৰ জিলাত মুঠ জনসংখ্যা কিমান?

(ক) ৮,৮৬,৯৯০

(খ) ৮,৮৭,৯৯৯

(গ) ৮,৮৬,৯৯৯

উত্তৰ- (গ) ৮,৮৬,৯৯৯ ।

৬। কোকৰাঝাৰ জিলা মাটিকালি কিমান?

(ক) ৩,৩৪৫ বৰ্গ কিঃমিঃ

(খ) ৫,৭৬৭ বৰ্গ কিঃমিঃ

(গ) ৩,১২৯ বৰ্গ কিঃমিঃ

উত্তৰ- (গ) ৩,১২৯ বৰ্গ কিঃমিঃ ।

৭। কোকৰাঝাৰ জিলা প্ৰধান উপনৈ কি কি?

(ক) গৌৰাং , সোণকোষ, চম্পাৱতি

(খ) গদাধৰ

(গ) জিঞ্জিৰাম

উত্তৰ- (ক) গৌৰাং , সোণকোষ, চম্পাৱতি ।

৮। কোকৰাঝাৰ জিলা প্ৰধান পাহাৰ কি কি?

(ক) চান্দৰডিঙা

(খ) টোকোৰাবন্ধা

(গ) ভূমেশ্বৰ, চোলপাৰা

উত্তৰ- (গ) ভূমেশ্বৰ, চোলপাৰা ।

৯। কোকৰাঝাৰ জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?

(ক) ২২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(খ) ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰ- (গ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

১০। কোকৰাঝাৰ জিলা প্ৰধান ঠাই কি কি?

(ক) বঙাইগাঁও

(খ) চিৰাং

(গ) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও

উত্তৰ- (গ) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও ।

Type by- Bikul Mandal