Class 3 Social Science Chapter 8.5 MCQ’s Sankardev School | ৪) বঙাইগাঁও জিলা | Class 3 Social Science Chapter 8.5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.5

 বঙাইগাঁও জিলা

১। বঙাইগাঁও নামটো ক’ৰ পৰা উৎপত্তি হয়?

(ক) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয়

(খ) বং নামৰ কবিৰ পৰা উৎপত্তি হয়

(গ) পশ্চিমবংগ নামৰ পৰা উৎপত্তি হয়

উত্তৰ- (ক) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয় ।

২। বঙাইগাঁও চাৰিসীমাত কি কি জিলা আছে?

(ক) চিৰাং , বৰপেটা, গোৱালপাৰা

(খ) মৰিগাঁও , নগাঁও ,চিৰাং

(গ) নগাঁও, বৰপেটা, গোৱালপাৰা

উত্তৰ- (ক) চিৰাং , বৰপেটা, গোৱালপাৰা ।

৩। বঙাইগাঁও জিলা মহকুমা কি কি?

(ক) গোৱালপাৰা, চিৰাং

(খ) বঙাইগাঁও, নগাঁও

(গ) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ

উত্তৰ- (গ) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ ।

৪। বঙাইগাঁও জিলা মাটিকালি কিমান?

(ক) ৫,৬৬,৮০৯

(খ) ৭,৩৮,৮০৪

(গ) ৩,৬৬,৮৯০

উত্তৰ- (খ) ৭,৩৮,৮০৪ ।

৫। বঙাইগাঁও জিলা জনসংখ্যা কিমান?

(ক) ৮,৮৮,৬৭৫

(খ) ২,৬৭,৯৮০

(গ) ৭,৩২,৬৩৯

উত্তৰ- (গ) ৭,৩২,৬৩৯ ।

৬। বঙাইগাঁও জিলা প্ৰধান উপনৈ কি কি?

(ক) মানাহ, চম্পাৱতী

(খ) মানাহ

(গ) চম্পাৱতী

উত্তৰ- (ক) মানাহ, চম্পাৱতী ।

৭। বঙাইগাঁও জিলা প্ৰধান পাহাৰ কি কি?

(ক) যোগীঘোপা , মহাদেৱ, নাককাটি

(খ) মহাদেৱ

(গ) যোগীঘোপা

উত্তৰ- (ক) যোগীঘোপা , মহাদেৱ, নাককাটি ।

৮। বঙাইগাঁও জিলা প্ৰধান বিল কি কি?

(ক) তামৰঙা

(খ) দলনি

(গ) তামৰঙা, দলনি, কনৰা

উত্তৰ- (গ) তামৰঙা, দলনি, কনৰা ।

৯। বঙাইগাঁও জিলা প্ৰধান জাহাজ ঘাট কি?

(ক) মানাহ

(খ) যোগীঘোপা

(গ) মহাদেৱ

উত্তৰ- (খ) যোগীঘোপা ।

১০। বঙাইগাঁও জিলা প্ৰধান শস্য কি কি ?

(ক) ধান

(খ) মৰাপাট

(গ) মাহ, সৰিয়হ, মৰাপাট, ধান

উত্তৰ- (গ) মাহ, সৰিয়হ, মৰাপাট, ধান ।

Type by- Bikul Mandal