Class 3 Social Science Chapter 8.6 MCQ’s Sankardev School | ৬) গোৱালপাৰা জিলা | Class 3 Social Science Chapter 8.6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.6

গোৱালপাৰা জিলা

১। গোৱালপাৰা নাম টো ক’ৰ পৰা উৎপত্তি হয়?

(ক) গোৱালিটিপ্পিকা পৰা

(খ) গোৱালৰ পৰা

(গ) লক্ষীপুৰ পৰা

উত্তৰ- (ক) গোৱালিটিপ্পিকা পৰা ।

২। গোৱালপাৰা চাৰিসীমাত কি কি জিলা আছে?

(ক) ধুবুৰি ,চিৰাং , কোকৰাঝাৰ

(খ) নগাঁও , পৰপেটা , ধুবুৰি

(গ) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও

উত্তৰ- (গ) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও ।

৩। গোৱালপাৰা সদৰ ঠাই কি?

(ক) গোৱালিটিপ্পিকা

(খ) গোৱালপাৰা

(গ) মৰিগাঁও

উত্তৰ- (খ) গোৱালপাৰা ।

৪। গোৱালপাৰা মহকুমা কি?

(ক) লক্ষীপুৰ

(খ) গোৱালপাৰা

(গ) গোৱালপাৰা আৰু লক্ষীপুৰ

উত্তৰ- (গ) গোৱালপাৰা আৰু লক্ষীপুৰ ।

৫। গোৱালপাৰা মাটিকালি কিমান?

(ক) ৫৬,৬৭ বৰ্গ

(খ) ১৮,২৬ বৰ্গ

(গ) ১৯,৮৭ বৰ্গ

উত্তৰ- (খ) ১৮,২৬ বৰ্গ ।

৬। গোৱালপাৰাত জনসংখ্যা  কিমান?

(ক) ১০,০৮,৬৭৮ জন

(খ) ১০,০৫,৯৫৯ জন

(গ) ১০,০৮,৯৫৯

উত্তৰ- (গ) ১০,০৮,৯৫৯ ।

৭। গোৱালপাৰা প্ৰধান পাহাৰ কি কি?

(ক) জিনাৰি

(খ) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি

(গ) পাগলাৰটেক

উত্তৰ- (খ) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি ।

৮। গোৱালপাৰা প্ৰধান উপনৈ কি কি?

(ক) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি

(খ) জিনাৰি

(গ) দুধনৈ

উত্তৰ- (ক) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি ।

৯। গোৱালপাৰা জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?

(ক) ৩৭ নং

(খ) ২১ নং

(গ) ৩১ নং

উত্তৰ- (ক) ৩৭ নং ।

১০। গোৱালপাৰা ৰে’ল ষ্টেছন কি কি ?

(ক) ধূপধৰা

(খ) দৰংগিৰি

(গ) ৰংজুৰি , আমজেঙা , গোৱালপাৰা

উত্তৰ- (গ) ৰংজুৰি , আমজেঙা , গোৱালপাৰা ।

Type by- Bikul Mandal