Class 3 Social Science Chapter 8.7 MCQ’s Sankardev School | ৭) বৰপেটা জিলা | Class 3 Social Science Chapter 8.7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.7

বৰপেটা জিলা

১। বৰপেটা নামটো ক’ৰ পৰা উৎপত্তি হয়?

(ক) পিটনি পৱৰা

(খ) বৰপিট’ৰ পৰা

(গ) পেটা পৰা

উত্তৰ- (খ) বৰপিট’ৰ পৰা ।

২। বৰপেটা জিলা প্ৰধান শস্য কি কি?

(ক) ধান

(খ) মাহ

(গ) সৰিয়হ, মৰাপাট, ধান

উত্তৰ- (গ) সৰিয়হ, মৰাপাট, ধান ।

৩। বৰপেটা চাৰিসীমাত কি কি জিলা আছে ?

(ক) বাকজা, মৰিগাঁও, নগাঁও

(খ) বাকজা, নলবাৰী, কামৰূপ

(গ) বাকজা, মৰিগাঁও , নলবাৰী

উত্তৰ- (খ) বাকজা, নলবাৰী, কামৰূপ ।

৪। বৰপেটা জিলা সদৰ ঠাই কি?

(ক) নলবাৰী

(খ) কামৰূপ

(গ) বৰপেটা

উত্তৰ- (গ) বৰপেটা ।

৫। বৰপেটা জিলা মহকুমা কি?

(ক) বাকজা, নলবাৰী, কামৰূপ আদি

(খ) বাকজা, মৰিগাঁও , নলবাৰী আদি

(গ) বৰপেটা, বজালী, কলগাছিয়া আদি

উত্তৰ- (গ) বৰপেটা, বজালী, কলগাছিয়া আদি ।

৬। বৰপেটা জিলা মাটিকালি কিমান?

(ক) ২,৭৬৫,৮৯ বৰ্গ

(খ) ২,৬৪৫.১০ বৰ্গ

(গ) ১,৭৬৮,৯৮ বৰ্গ

উত্তৰ- (খ) ২,৬৪৫.১০ বৰ্গ ।

৭। বৰপেটা জিলা জনসংখ্যা কিমান?

(ক) ১৬,৯৩,১৯০ জন

(খ) ৫৬,৮৭,৯৮৭ জন

(গ) ১৩,ক৮৭,৮৭৬ জন

উত্তৰ- (ক) ১৬,৯৩,১৯০ জন ।

৮। বৰপেটা জিলা প্ৰধান উপনৈ কি কি?

(ক) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি

(খ) মানাহ, চম্পাৱতী, মানাহ ইত্যাদি

(গ) চম্পাৱতী, কালডিয়া, কাৰেখোৱা ইত্যাদি

উত্তৰ- (ক) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি ।

৯। বৰপেটা জিলা প্ৰধান পাহাৰ কি কি ?

(ক) গোমি

(খ) বাঘবৰ, চিলাটিং

(গ) বৰডোৱা

উত্তৰ- (খ) বাঘবৰ, চিলাটিং ।

১০। বৰপেটা জিলা প্ৰধান বিল কি কি?

(ক) কাপলা, লচঙা, বহুৱা গৰাবিল ইত্যাদি

(খ) তামৰঙা , দলনি, কনৰা ইত্যাদি

(গ) সতামৰঙা , দলনি, কাপলা ইত্যাদি

উত্তৰ- (খ) তামৰঙা , দলনি, কনৰা ইত্যাদি ।

Type by- Bikul Mandal