Class 3 Social Science Chapter 8.8 MCQ’s Sankardev School | ৮) বাকসা জিলা | Class 3 Social Science Chapter 8.8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.8

বাকসা জিলা

১। এই জিলা বড়োলেণ্ড আঞ্চলিক স্বায়ত্তশাসিত জিলা পৰিষদৰ কি অন্তৰ্গত?

(ক) বি টি এ ডি অন্তৰ্গত

(খ) বাকসা জিলা অন্তৰ্গত

(গ) বড়োলেণ্ড অন্তৰ্গত

উত্তৰ- (ক) বি টি এ ডি অন্তৰ্গত ।

২। বাকসা চাৰিসীমাত কি কি জিলা আছে?

(ক) ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ ।

(খ) মৰিগাঁও, নগাঁও, নলবাৰী , কামৰূপ ।

(গ) ওদালগুৰি , বৰপেটা ,নলবাৰী , কামৰূপ ।

উত্তৰ- (ক) ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ ।

৩। বাকসা জিলা মাটিকালি কিমান?

(ক) ১২৩৪.০৮ বৰ্গ

(খ) ১৯৬১.০৮ বৰ্গ

(গ) ৩৪২৫.০৮ বৰ্গ

উত্তৰ- (খ) ১৯৬১.০৮ বৰ্গ ।

৪। বাকসা জিলা জনসংখ্যা কিমান?

(ক) ৩,৭৬,৯৮০ জন

(খ) ৯,৮৭,৬৫৭ জন

(গ) ৯,৫৩,৭৭৩ জন

উত্তৰ- (গ) ৯,৫৩,৭৭৩ জন ।

৫। বাকসা জিলা সদৰ ঠাই কি?

(ক) বাকসা

(খ) ওদালগুৰি

(গ) মুছলপুৰ

উত্তৰ- (গ) মুছলপুৰ ।

৬। বাকসা জিলা মহকুমা কি কি?

(ক) ওদালগুৰি , বৰপেটা , নলবাৰী ।

(খ) ওদালগুৰি , বৰপেটা ,নলবাৰী ।

(গ) তামুলপুৰ , মুছলপুৰ , শালবাৰী।

উত্তৰ- (গ) তামুলপুৰ , মুছলপুৰ , শালবাৰী।

৭। বাকসা জিলা প্ৰধান উপনৈ কি কি?

(ক) বেঁকী

(খ) বৰলীয়া

(গ) পুঠিমাৰী, পাগলাদিয়া, পহুমাৰা ইত্যাদি।

উত্তৰ- (গ) পুঠিমাৰী, পাগলাদিয়া, পহুমাৰা ইত্যাদি। ।

৮। বাকসা জিলা ৰাষ্ট্ৰীয় পথ কিমান  নং?

(ক) ৩২ নং

(খ) ৩৭ নং

(গ) ৩১ নং

উত্তৰ- (গ) ৩১ নং ।

৯। বাকসা জিলা প্ৰধান ঠাইবোৰ কি কি?

(ক) জালাহ

(খ) তামুলপুৰ

(গ) শালবাৰী, কুমাৰীকাটা, গোৰেশ্বৰ ইত্যাদি।

উত্তৰ- (গ) শালবাৰী, কুমাৰীকাটা, গোৰেশ্বৰ ইত্যাদি।

Type by- Bikul Mandal