Class 3 Science Chapter 12| MCQ’s Assam Jatiya Bidyalaya |জীৱৰ বংশবৃদ্ধি | AJB Class 3 Science Chapter 12| MCQ’s Assamese Medium | Class 3 Science Chapter 12| MCQ’s Type Question Answer |

Chapter-12

জীৱৰ বংশবৃদ্ধি

1/ কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

2/ কিছুমান গোন্ধোৱা ফুলৰ নাম লিখা ?

(ক) গোলাপ, জবা আৰু চম্পা

(খ) তগৰ, গুটিমালি আৰু নাজী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) তগৰ, গুটিমালি আৰু নাজী।

3/ ফুলৰ কণিকাৰ দৰে কিছুমান বস্তু থাকে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

4/ পিঁয়াজৰ তলত অংশটো টান আৰু শিপাযুক্ত এই অংশটোক কি বুলি কোৱা হয় ?

(ক) কলম

(খ) কাণ্ড

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কাণ্ড।

5/ গুটি আন এটা নাম কি ?

(ক) বংশবৃদ্ধি

(খ) বীজ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বীজ।

6/ বংশবৃদ্ধি প্ৰাণী নাম লিখা ?

(ক) মাছ, কাছ আদি

(খ) কাউৰী, চিলনী আদি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) মাছ, কাছ আদি।

7/ ফুল নুফুলা উদ্ভিদৰ নাম লি ?

(ক) ঢেঁকীয়া

(খ) মেটেকা

(গ) লতা

উত্তৰঃ (ক) ঢেঁকীয়া।

8/ কিছুনাম গছৰ গুৰিৰ পৰা নতুন পুলি ওলায় ?

(ক) বাঁহ গছ

(খ) শাল গছ

(গ) ইয়াৰ বিতৰত এটাও নহয়

উত্তৰঃ (ক) বাঁহ গছ।

9/ বাঁহৰ পৰা মানুহে কি খায় ?

(ক) পাত

(খ) গাজ

(গ) ইয়াৰ ভঙিতৰতক এটাও নহয়

উত্তৰঃ (খ) গাজ।

10/ সকলো বীজৰ পৰা নতুন পুলি নগজে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ইয়াৰ বিতৰত এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

Type By- Subhas Nath