Class 3 Social Science Chapter 8.9 MCQ’s Sankardev School | ৯) নলবাৰী জিলা | Class 3 Social Science Chapter 8.9 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.9

নলবাৰী জিলা

১। নলবাৰী নামটো ক’ৰ পৰা উৎপত্তি হৈছিল?

(ক) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।

(খ) নল শব্দ পৰা উৎপত্তি হয়।

(গ) খাগৰি পৰা উৎপত্তি হয়।

উত্তৰ- (ক) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।

২। নলবাৰী চাৰিসীমাত কি কি জিলা আছে ?

(ক) বাকসা , গোৱালপাৰা, মৰিগাঁও।

(খ) নগাঁও, গোৱালপাৰা, চিৰাং।

(গ) বাকসা , কামৰূপ, বৰপেটা।

উত্তৰ- (গ) বাকসা , কামৰূপ, বৰপেটা।

৩। নলবাৰী মাটিকালি কিমান?

(ক) ১,৭৭৬.৮৩ বৰ্গ

(খ) ১,০০৮.৮৩ বৰ্গ

(গ) ৬, ৮৭৯.৮৩ বৰ্গ

উত্তৰ- (খ) ১,০০৮.৮৩ বৰ্গ ।

৪। নলবাৰী জিলা জনসংখ্যা কিমান?

(ক) ১,৬৭,৯৮০ জন।

(খ) ৭,৯৮,৪৫৬ জন।

(গ) ৭,৬৯,৯১৯ জন।

উত্তৰ- (গ) ৭,৬৯,৯১৯ জন।

৫। নলবাৰী জিলা সদৰ ঠাই কি?

(ক) গোৱালপাৰা

(খ) চিৰাং

(গ) নলবাৰী

উত্তৰ- (গ) নলবাৰী ।

৬। নলবাৰী জিলা মহকুমা কি?

(ক) মুকালমুৱা

(খ) চিৰাং

(গ) নলবাৰী, টিহু আৰু মুকালমুৱা।

উত্তৰ- (গ) নলবাৰী, টিহু আৰু মুকালমুৱা। ।

৭। নলবাৰী জিলা প্ৰধান উপনৈ কি?

(ক) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।

(খ) পুঠিমাৰী, পহুমাৰা, বেঁকী।

(গ) টিহু,পহুমাৰা, বেঁকী।

উত্তৰ- (ক) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।

৮। নলবাৰী জিলা প্ৰধান বিল কি?

(ক) গৰাজান,পহুমাৰা, বেঁকী।

(খ) টিহু,পহুমাৰা, বেঁকী।

(গ) গৰজান, বৰবিল, দীঘেলী।

উত্তৰ- (গ) গৰজান, বৰবিল, দীঘেলী।

৯। নলবাৰী জিলা প্ৰধান ৰে’ল পথ কি?

(ক) উত্তৰ-পূব সীমান্ত ৰে’লপথ।

(খ) জাগিৰোড ৰে’লপথ।

(গ) অন্য ৰে’লপথ।

উত্তৰ- (ক) উত্তৰ-পূব সীমান্ত ৰে’লপথ।

১০। নলবাৰী জিলা প্ৰধান শস্য কি?

(ক) ধান

(খ) মাহ

(গ) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।

উত্তৰ- (গ) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।

Type by- Bikul Mandal