Class 3 Social Science Chapter 8.2 MCQ’s Sankardev School | ২) দক্ষিণ শালমৰা আৰু মানকাচৰ জিলা | Class 3 Social Science Chapter 8.2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.2

দক্ষিণ শালমৰা আৰু মানকাচৰ জিলা

১। মানকাচৰ নামটো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) মানকা নামৰ বালিচৰৰ পৰা

(খ) বালি নামৰ পৰা

(গ) বালিচৰৰ নামৰ পৰা

উত্তৰ- (ক) মানকা নামৰ বালিচৰৰ পৰা ।

২। মানকাচৰ চাৰিসীমাত কি কি জিলা আছে?

(ক) গোৱালপাৰা

(খ) নগাওঁ

(গ) ধুবুৰি, গোৱালপাৰা

উত্তৰ- (গ) ধুবুৰি, গোৱালপাৰা ।

৩। মানকাচৰ সদৰ ঠাই কি?

(ক) হাট শিঙিমাৰি

(খ) শালমৰা

(গ) মৰিগাঁও

উত্তৰ- (ক) হাট শিঙিমাৰি ।

৪। মানকাচৰ প্ৰধান উপনৈ কি?

(ক) গদাধৰ

(খ) সোণকোষ

(গ) জি়ঞ্জিৰাম

উত্তৰ- (গ) জি়ঞ্জিৰাম ।

৫। মানকাচৰ মহকুমা কি?

(ক) গোসাঁইগাঁও

(খ) কোকৰাঝাৰ

(গ) দক্ষিন শালমৰা আৰু মানকাচৰ

উত্তৰ- (গ) দক্ষিন শালমৰা আৰু মানকাচৰ ।

৬। মানকাচৰ প্ৰধান নদী কি?

(ক) বহ্মপুত্ৰ

(খ) নদী

(গ) বিল

উত্তৰ- (ক) বহ্মপুত্ৰ ।

৭। মানকাচৰ প্ৰধান শস্য কি?

(ক) ধান

(খ) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ

(গ) কুঁহিয়াৰ

উত্তৰ- (খ) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ ।

৭। মানকাচৰ প্ৰধান শিল্প উদ্যোগ কি?

(ক) মৃৎ শিল্প

(খ) কাহঁ শিল্প

(গ) হাতেৰে কাম কৰা বিদ্যা

উত্তৰ- (ক) মৃৎ শিল্প ।

৮। মানকাচৰ প্ৰধান ঠাই কি কি ?

(ক) মানকাচৰ, মৰিগাঁও, চিৰাং আদি

(খ) গুৱাহাতী, দক্ষিন শালমৰা , গোৱালপাৰা আদি

(গ) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি

উত্তৰ- (গ) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি ।

Type by- Bikul Mandal