Class 4 Burha Burhi aru Siyala Chapter 4 MCQ’s Assam Jatiya Bidyalay |দীঘলঠেঙীয়া | AJB Class 4 Burha Burhi aru Siyala Chapter 4 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 5 | MCQ’s Type Question Answer |

Chapter- 4

দীঘলঠেঙীয়া

১। চোৰটোয়ে কি চোৰ কৰিম বুলি ভাবিছিল?

(ক) বুঢ়ীৰ ধন সম্পতি

(খ) গৰু হাল

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) গৰু হাল ।

২। কোনে কৈছিল যে – ‘কোনটো গৰু বেয়া আন্ধাৰে – মুন্ধাৰে কেনেকৈ চিনিম?’

(ক) চোৰে

(খ) বাঘে

(গ) বুঢ়ীয়ে

উত্তৰ- (ক) চোৰে ।

৩। সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ কিহত হাত দিবলৈ ধৰিলে?

(ক) গৰুৰ মূৰত

(খ) গৰুৰ পেতত

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৪। কোনে কৈছিল যে- এইটো বৰ কাটন গৰু, ইয়াকে নিব লৈগিব?

(ক) বাঘে

(খ) বুঢ়ীয়ে

(গ) চোৰে

উত্তৰ- (গ) চোৰে ।

৫। কোনে ভাবিছিল যে – তাক ঘাৰ-মোটোকোৱাই নহয়, পেঁপাকঢ়াইহে পাইছিল?

(ক) বাঘে

(খ) বুঢ়ীয়ে

(গ) চোৰে

উত্তৰ- (ক) বাঘে ।

৬। এই কথাষাৰ কোনে কাক কৈছিল- “এ প্ৰভু, দীঘলঠেঙীয়াই নেপায় য়েন”?

(ক) বাঘে

(খ) বুঢ়ীয়ে

(গ) চোৰে

উত্তৰ- (খ) বুঢ়ীয়ে ।

৭। ৰাতিটোৰ বাকীডোখৰ কটাবলৈ সি কি গছত উঠিবলৈ ধৰিলে?

(ক) কঠাঁল

(খ) আমলসি

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৮। “খঁৰা, চাবি, চাবি, চাবি।” এই কথাষাৰ কোনে কৈছিল?

(ক) বাঘে

(খ) চোৰে

(গ) বুঢ়ীয়ে

উত্তৰ- (খ) চোৰে ।

৯। এই কথাষাৰ কোনে ভাবিছিল – “আকৈ পেঁপাকঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি”?

(ক) বাঘে

(খ) চোৰে

(গ) বুঢ়ীয়ে

উত্তৰ- (ক) বাঘে ।

১০। আমাকো কিহে পালে বুলি বাঘে ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল?

(ক) দীঘলঠেঙীয়াই

(খ) ঘাৰ-মোটোোকোৱাই

(গ) পেঁপাকঢ়াই

উত্তৰ- (গ) পেঁপাকঢ়াই ।

Type by- Bikul Mandal