Class 4 Science Chapter 13 MCQ’s Jatiya Bidyalay | আহাৰ আৰু সুস্বাস্থ্য | AJB Class 4 Science Chapter 13 MCQ’s Assamese Medium | Class 4 Science Chapter 13 | MCQ’s Type Question Answer |

Chapter- 13

আহাৰ আৰু সুস্বাস্থ্য

১। তেজ গঠন হ’বলৈ কিহৰ দৰকাৰ হয় ?

(ক) লোৰ

(খ) প্ৰ’টিনৰ

(গ) নিজ পদাৰ্থৰ

উত্তৰ- (ক) লোৰ ।

২। ৰোগৰ বীজাণুৱে কেতিয়া বাহ লয় ?

(ক) সুষম আহাৰ খালে

(খ) লেতেৰা কাপোৰ পিন্ধিলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লেতেৰা কাপোৰ পিন্ধিলে ।

৩। বাৰীৰ পৰা বা বজাৰৰ পৰা ছিঙি অনা শাক-পাচলিত কি থাকে ?

(ক) প্ৰ’টিন

(খ) ভিটামিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

৪। গাখীৰ বা পানী ভালদৰে উতলাই কিয় খাব লাগে ?

(ক) বীজাণু নাইকিয়া হ’বলৈ

(খ) ভিটামিন নাইকিয়া হ’বলৈ

(গ) প্ৰ’টিন নাইকিয়া হ’বলৈ

উত্তৰ- (ক) বীজাণু নাইকিয়া হ’বলৈ ।

৫। খোৱা বস্তু কেনেকৈ ৰাখিব লাগে ?

(ক) যতে-ততে পেলায়

(খ) ভালকৈ ঢাকি

(গ) ঢাকনি নমৰাকৈ

উত্তৰ- (খ) ভালকৈ ঢাকি ।

৬। খোৱা বস্তু ভালকৈ চোবাই খালে কি হয় ?

(ক) বমি হয়

(খ) ভিটামিন বাঢ়ে

(গ) হজম হয়

উত্তৰ- (গ) হজম হয় ।

৭। কোনবোৰ মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে ?

(ক) চাকৰি কৰা মানুহ

(খ) এলেহুৱা মানুহ

(গ) কাম-বন কৰি ফুৰা মানুহ

উত্তৰ- (খ) এলেহুৱা মানুহ ।

৮। মাংসপেশী গঠন হ’বলৈ কিহৰ দৰকাৰ ?

(ক) ফছফৰাছৰ

(খ) লোৰ

(গ) প্ৰ’টিনৰ

উত্তৰ- (গ) প্ৰ’টিনৰ ।

৯। আমাৰ সকলোতকৈ প্ৰয়োজনীয় আহাৰ কি ?

(ক) ভাত

(খ) ৰুটী

(গ) চাহ

উত্তৰ- (ক) ভাত ।

১০। কিহত ভিটামিন আৰু খনিজ লৱণ প্ৰচুৰ পৰিমাণে থাকে ?

(ক) লেচেৰী মাহত

(খ) আইচ’ক্ৰীমত

(গ) গাজৰত

উত্তৰ- (গ) গাজৰত ।

Type by- Bikul Mandal