Class 4 Science Chapter 12 MCQ’s Jatiya Bidyalay | আমাৰ শৰীৰ | AJB Class 4 Science Chapter 12 MCQ’s Assamese Medium | Class 4 Science Chapter 12 | MCQ’s Type Question Answer |

Chapter- 12

আমাৰ শৰীৰ

১। চকুৰে আমি কি কৰোঁ ?

(ক) চাঁও

(খ) উশাহ লওঁ

(গ) খোজ কাঢ়ো

উত্তৰ- (ক) চাঁও ।

২। আমাৰ দেহৰ বাহিৰত থকা অংগবিধৰ নাম কি ?

(ক) যকৃৎ

(খ) চকু

(গ) পাকস্থলী

উত্তৰ- (খ) চকু ।

৩। আমি কিহেৰে খোজ কাঢ়ো ?

(ক) হাতেৰে

(খ) পিঠিয়ে

(গ) ভৰিৰে

উত্তৰ- (গ) ভৰিৰে ।

৪। শৰীৰত থকা এই হাড়ৰ সজ্জাটোক কি বোলে ?

(ক) হাঁওফাঁও

(খ) জঁকা

(গ) পাকস্থলী

উত্তৰ- (খ) জঁকা ।

৫। সৰুতে আমাৰ কেইটা দাঁত থাকে ?

(ক) ১০ টা

(খ) ১৫ টা

(গ) ২০ টা

উত্তৰ- (গ) ২০ টা ।

৬। ডাঙৰ মানুহৰ কেইটা স্থায়ী দাঁত থাকে ?

(ক) ৩০ টা

(খ) ৩২ টা

(গ) ৩১ টা

উত্তৰ- (খ) ৩২ টা ।

৭। মানুহৰ মুখত কেইপাৰী দাঁত থাকে ?

(ক) ২ পাৰী

(খ) ৩ পাৰী

(গ) ৪ পাৰী

উত্তৰ- (ক) ২ পাৰী ।

৮। ১,২,৩,৪ এই কেইটা কি দাঁত ?

(ক) জমি দাঁত

(খ) কুকুৰ দাঁত

(গ) আগ দাঁত

উত্তৰ- (গ) আগ দাঁত ।

৯। ১১-১৬ এইকেইটা কি দাঁত ?

(ক) জমি দাঁত

(খ) আগজমি দাঁত

(গ) কুকুৰ দাঁত

উত্তৰ- (ক) জমি দাঁত ।

১০। কি কি মিলি আমাৰ পাঁচ ইন্দ্ৰিয় হয় ?

(ক) চকু, কাণ, দাঁত, ঠুতুৰি মিলি

(খ) চকু, কাণ, নাক, জিভা আৰু ছাল মিলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চকু, কাণ, নাক, জিভা আৰু ছাল মিলি ।

Type by- Bikul Mandal