Class 4 Science Chapter 5 MCQ’s Jatiya Bidyalay | উদ্ভিদৰ আহাৰ | AJB Class 4 Science Chapter 5 MCQ’s Assamese Medium | Class 4 Science Chapter 5 | MCQ’s Type Question Answer |

Chapter- 5

উদ্ভিদৰ আহাৰ

১। উদ্ভিদক জীয়াই থাকিবলৈ কি লাগে ?

(ক) পানী

(খ) মাটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পানী ।

২। গছজোপাক শক্তিশালী কৰি কোনে ধৰি ৰাখে ?

(ক) গছজোপাৰ ডালে

(খ) গছজোপাৰ পাতে

(গ) শিপাবোৰে

উত্তৰ- (গ) শিপাবোৰে ।

৩। কিহৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় ?

(ক) ডালৰ সহায়ত

(খ) পাতৰ সহায়ত

(গ) শিপাৰ সহায়ত

উত্তৰ- (ক) ডালৰ সহায়ত ।

৪। ক্লৰ’ফিলৰ অসমীয়া নাম কি ?

(ক) পত্ৰহৰিৎ

(খ) পত্ৰৰন্ধ্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পত্ৰহৰিৎ ।

৫। ক্লৰ’ফিলৰ ৰং কেনেকুৱা ?

(ক) নীলা

(খ) ডাঠ সেউজীয়া

(গ) সেউজীয়া

উত্তৰ- (গ) সেউজীয়া ।

৬। পত্ৰৰন্ধ্ৰৰ মাজেৰে কি চলাচল কৰে ?

(ক) তাপ

(খ) বায়ু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বায়ু ।

৭। কি ৰঙৰ উদ্ভিদে কাৰ্ব’হাইড্ৰেট তৈয়াৰ কৰিব পাৰে ?

(ক) নীলা ৰঙৰ

(খ) ডাঠ সেউজীয়া ৰঙৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

৮। মূলাই ক’ত খাদ্য জমা কৰি ৰাখে ?

(ক) গছত

(খ) পাতত

(গ) শিপাত

উত্তৰ- (গ) শিপাত ।

৯। বাদামে ক’ত খাদ্য জমা কৰি ৰাখে ?

(ক) শিপাত

(খ) পাতত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১০। গছে আমাক কি গেছ এৰি দিয়ে ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰ’জেন

উত্তৰ- (ক) অক্সিজেন ।

Type by- Bikul Mandal