Class 4 Social Science Chapter 1 MCQ’s Sankardev School | অসম ৰাজ্য়ৰ পৰিচয় | Class 4 Social Science Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-1

অসম ৰাজ্য়ৰ পৰিচয়

১। আমাৰ সুজলা- সুফলা অসমখন ভাৰতৰ কোন ঠাই অৱস্থিত ?

(ক) দক্ষিণ-পূব

(খ) পশ্চিম-পূব

(গ) উত্তৰ-পূব

উত্তৰঃ (গ) উত্তৰ-পূব।

২। পুৰণি কালত আমাৰ ৰাজ্য়খন প্ৰখমে কি নামে জনা যায় ?*

(ক) কামৰূপ

(খ) প্ৰাগ্জ্য়োতিষপুৰ

(গ) অসমৰ দেশ

উত্তৰঃ (খ) প্ৰাগ্জ্য়োতিষপুৰ।

৩। কাৰ অনুনয়-বিনয়ত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ আগৰ ৰূপ ঘূৰাই দিছিল ?*

(ক) জীয়েকৰ

(খ) ঘইনীয়েকৰ

(গ) মাকৰ

উত্তৰঃ (খ) ঘইনীয়েকৰ।

৪। কাৰ ৰাজত্বকালত এই দেশৰ নাম ‘অহম’ বা ‘অসম’ হৈছিল?

(ক) ব্ৰিটিছৰ ৰাজত্বকালত

(খ) মুছলমান ৰাজত্বকালত

(গ) আহোমৰ ৰাজত্বকালত

উত্তৰঃ (গ) আহোমৰ ৰাজত্বকালত।

৫। পুৰণি কালত কামৰূপত কোন ৰজাই ৰাজত্ব কৰিছিল ?*

(ক) নৰকাসুৰ ৰজা

(খ) ৰাজেশ্বৰ ৰজা

(গ) বাণ ৰজা

উত্তৰঃ (ক) নৰকাসুৰ ৰজা।

৬। বৰ্তমান কোন ঠাইত তেওঁৰ ৰাজধানী আছে ?*

(ক) শিৱসাগৰ

(খ) নগাওঁ

(গ) গুৱাহাটী

উত্তৰঃ (গ) গুৱাহাটী।

৭। বাণ ৰজা জীয়ৰী ঊষা কাৰ লগত বিয়া হৈছিল ?

(ক) অনিৰুদ্ধৰ লগত

(খ) শ্ৰীকৃষ্ণৰ লগত

(গ) ভাস্কৰ বৰ্মনৰ লগত

উত্তৰঃ (ক) অনিৰুদ্ধৰ লগত।

৮। বাণ ৰজাই তেজপুৰত কি নিৰ্মাণ কৰিছিল ?*

(ক) নৱগ্ৰহ মন্দিৰ

(খ) অগ্নিগড়

(গ) উমানন্দ মন্দিৰ

উত্তৰঃ (খ) অগ্নিগড়।

৯। চাও লুং চুকাফাই কিমান খ্ৰীষ্টাব্দত ৰাজ্য়খনৰ পূব অঞ্চলেৰে প্ৰৱেশ কৰি আহোম ৰাজ্য় স্থাপন কৰে?*

(ক) ১২২৮ খ্ৰীষ্টাব্দত

(খ) ১২৩৩ খ্ৰীষ্টাব্দত

(গ) ১২২৯ খ্ৰীষ্টাব্দত

উত্তৰঃ (ক) ১২২৮ খ্ৰীষ্টাব্দত।

১০। কোন ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল ?*

(ক) শ্ৰীকৃষ্ণৰ

(খ) চাও লুং চুকাফা

(গ) ভাস্কৰ বৰ্মন

উত্তৰঃ (গ) ভাস্কৰ বৰ্মন।

১১। কিমান চনৰ কিমান তাৰিখে অসম ব্ৰিটিছৰ তলতীয়া হয় ?

(ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত

(খ) ১৮৩৪ চনৰ ১৫ আগষ্টত

(গ) ১৯২৩ চনৰ ১৮ জানুৱাৰীত

উত্তৰঃ (ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

১২। কিমান চনৰ কিমান তাৰিখে ভাৰতৰ্ষই স্বাধীনতা লাভ কৰে?*

(ক) ১৯৩৩ চনৰ ১৬ জানুৱাৰীত

(খ) ১৯৪৭ চনৰ ১৫ আগষ্টত

(গ) ১৯৪৫ চনৰ ১৫ ফেব্ৰুৱাৰীত

উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৫ আগষ্টত।

১৩। অসমত থকা অংশত ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক কি বোলে ?*

(ক) বৰাক উপত্য়কা

(খ) ব্ৰহ্মপুত্ৰ উপত্য়কা

(গ) পাৰ্বত্য় অঞ্চল

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ উপত্য়কা।

১৪। ব্ৰহ্মপুত্ৰ উপত্য়কাত মুঠ জিলা কেইখন ?*

(ক) ২৬

(খ) ২৭

(গ) ২৮

উত্তৰঃ (খ) ২৭।

১৫। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে থকা নৈবোৰক কি বোলে ?*

(ক) দক্ষিণ বাহিনী

(খ) পশ্চিম বাহিনী

(গ) উত্তৰ বাহিনী

উত্তৰঃ (ক) দক্ষিণ বাহিনী।

১৬। অসমৰ কি অংশইদি বৰাক নদী বৈ গৈছে ?*

(ক) পশ্চিম

(খ) উত্তৰ

(গ) দক্ষিণ

উত্তৰঃ (গ) দক্ষিণ।

১৭। বৰাক উপত্য়কাৰ জিলা কেইখন ?*

(ক) ৩ খন

(খ) ৪ খন

(গ) ৫ খন

উত্তৰঃ (ক) ৩ খন।

১৮। অসমক কেইটা ভাগত ভাগ কৰা হৈছে ?*

(ক) ৩২ খন

(খ) ৩৩ খন

(গ) ৩৬ খন

উত্তৰঃ (খ) ৩৩ খন।

১৯। আহোমসকলে অসমত প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিল?

(ক) ৬০০ বছৰ

(খ) ৭০০ বছৰ

(গ) ৯০০ বছৰ

উত্তৰঃ (ক) ৬০০ বছৰ।

২০। অসমত বৰ্তমান কিমান খন জিলা আছে ?

(ক) ৩৪

(খ) ৩৬

(গ) ৩৩

উত্তৰঃ (গ) ৩৩।

Type By- Subhas Nath