১। পানী অৱস্থা কেইপ্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) পাঁচ প্ৰকাৰৰ

২। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে ?

(ক) ৩৫ ঘন্টা

(খ) ৯ ঘন্টা

(গ) ২৪ ঘন্টা

৩। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন লাগে ?

(ক) ৩৬৫ দিন

(খ) ৫৬৩ দিন

(গ) ইয়াৰ পৰা এটাও নহয়

৪। আমি বাস কৰা পৃথিৱাখনৰ  আকৃতি কেনেকুৱা ?

(ক) তিনিচুকীয়া

(খ) গোলাকাৰ

(গ) ইয়াৰ পৰা এটাও নহয়

৫। বেমাৰ হ’লে ঔষধ গ্ৰহণ কৰিব লাগে নেলাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ পৰা এটাও নহয়

Clear selection

৬। আমাৰ চৌদিশত বিভিন্ন ধৰণৰ গছ-গছনি ,চৰাই-চিৰিকটি,জীৱ-জন্তু আছে নে নাই ?

(ক) নাই

(খ) আছে

(গ) এটাও নহয়

৭। প্ৰকৃতি অৱদান সমূহ লিখা ?

(ক) গছ-গছনি

(খ) চৰাই চিৰিকটি

(গ) ওপৰৰ দুয়োৌটায়ে হয়

৮। বেমাৰ হলে ঔষধ গ্ৰহণ কৰিব লাগে নে নালাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ পৰা এটাও নহয়

৯। চাফ-চিকুণ কৈ খাকিলে বীজাণুৱে আক্ৰমণ কৰিব পাৰে নে নোৱাৰে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) এটাও নহয়

১০। সূৰ্য নথকাহেঁতেন দিন ৰাতি হ’লহেঁতেন নে নহ’লহেঁতেন ?

(ক) নহ’লহেঁতেন

(খ) হ’লহেঁতেন

(গ) ইয়াৰ পৰা এটাও নহয়